দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীপাৱলীৰ উপহাৰ

petrol1 reuters small

দেশবাসীক দীপাৱলীৰ উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

পেট্ৰ’লত পাঁচ টকা আৰু ডিজেলত ১০ টকা হ্ৰাস পালে ।

পেট্ৰ’ল-ডিজেলত থকা আবকাৰী শুল্ক হ্ৰাস ।

কাইলৈৰ পৰা প্ৰযোজ্য হ’ব নতুন মূল্য সূচী ।

Exit mobile version