ৰেডিঅ’ Gupshup 94.3 FM’ৰ বিশেষ পদক্ষেপ

9bec4dec 5468 4b82 802f 9a95cc77c394 1

আজি দিচপুৰত নতুন ফ্লাইঅভাৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে ৰেডিঅ’ Gupshup 94.3 FM য়ে উৰণীয়া সেঁতু পৰিষ্কাৰ ৰখা আৰু ৰাজপথত গুটকা থুই নেপেলোৱাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বিয়পাবলৈ এক ৰাজহুৱা অভিযানৰ আয়োজন কৰে।

Exit mobile version