Beer : উৎসৱত বন্ধুৰ স’তে বিয়াৰৰ পাৰ্টি কৰে নেকি ? এই পানীয়ৰ উপকাৰিতা কি ?

10 beer brands in india

বিয়াৰত এলক’হলৰ মাত্রা কম থাকে । সেয়ে নানা উৎসৱ-অনুষ্ঠানত এই পানীয় খোৱাৰ প্ৰৱণতা বেছি । কিন্তু বিয়াৰ শৰীৰৰ বাবে ভাল নে বেয়া ? কি হয় বিয়াৰ খালে ?

উল্লেখ্য যে, বহুতেই বিয়াৰ শেম্পু হিচাপে ব্যৱহাৰ কৰে । কোনো কোনোৱে ফেচ পেক হিচাপেও ব্যৱহাৰ কৰে বা বিয়াৰেৰে মুখ পৰিষ্কাৰ কৰে । ইয়াৰ কাৰণ হ’ল, বিয়াৰ চুলি আৰু ছালৰ বাবে খুবেই উপকাৰী ।

অৱশ্যেে এই পানীয়ৰ আৰু গুণ আছে । জানি ল‌ওক, এই গুণবোৰ কি —

১) কম পৰিমাণত বিয়াৰ খালে হৃদ্‌যন্ত্র ভালে থাকে ।

২) কিডনিত হোৱাৰ শংকা কমে ।

৩) এই পানীয়ত ফাইবাৰৰ পৰিমাণ বেছি থাকে । সেয়ে পেট পৰিষ্কাৰ ৰখাত সহায় কৰে ।

৪) ইয়াত নানা ধৰণৰ খনিজ পুষ্টিৰ উপাদান থাকে । মেগনেছিয়াম, পটাছিয়াম, ক্রোমিয়াম, ভিটামিন বি—ৰ মাধ্যমত সকলোৱেই যায় শৰীৰত ।

৫) বিয়াৰত প্রচুৰ পৰিমাণৰ লেক্ট’ফ্ল’ভিন আৰু নিকোটিনিন এচিড থাকে । এই দুই উপাদানৰ প্রভাৱত অনিদ্রাৰ সমস্যা দূৰ হয় ।

Exit mobile version