কালী প্ৰতিমা ,পূজাৰ সামগ্ৰী ,আৱৰ্জনা ,পলিথিনেৰে ভৰি পৰিছে লাচিতঘাট

4c3c7b40 d749 45e4 a6f8 ee612eda2881

গুৱাহাটীৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰ লাচিতঘাট। মহাবাহুৰ বুকুত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখভাগত এতিয়া ভৰি পৰিছে কালী প্ৰতিমা ,পূজাৰ সামগ্ৰী ,আৱৰ্জনা পলিথিনেৰে ।

ইফালে একাংশ অসচেতন লোকে পূজা -অৰ্চনা কৰি কৰি দেৱীৰ মূৰ্তিৰ তথা সামগ্ৰীসমূহ ব্ৰহ্মপুত্ৰৰ পাৰতে পেলাই থৈ যোৱাৰ ফলত এতিয়া প্ৰদূষিত হৈছে লুইতৰ পানী।

Exit mobile version