Fire:মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ চিকিৎসালয়ত অগ্নিকাণ্ড, মৃত্যু আইচিউত থকা ১০ কৰ’না ৰোগীৰ

1636187028 maharastra

মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ডৰ ফলত আইচিইউত ভৰ্তি কমেও ১০ জন ক’ভিড ৰোগীৰ মৃত্যু হয়। আহত কে’বাজনো ।

শনিবাৰে ৰাজধানী মুম্বাইৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত আহমেদনগৰৰ চিটি চিভিল হস্পিটেলত দুৰ্ঘটনাটো সংঘটিত হয়। অগ্নি নিৰ্বাপক বিভাগৰ প্ৰাৰম্ভিক অনুমান , শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছিল এই অগ্নিকাণ্ড। চিকিৎসালয়ৰ সূত্ৰই জানিবলৈ দিয়ে যে, আইচিইউৰ ৰোগীসকলৰ তীব্ৰ ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হোৱাৰ ফলত মৃত্যু হয়।

https://twitter.com/explore/tabs/covid-19?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1456887164268998660%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Ffire-broke-out-at-a-hospital-in-maharashtras-ahmednagar-several-icu-patients-died-dgtl%2Fcid%2F1312304

খবৰ পাইয়ে উদ্ধাৰৰ অভিযান আৰম্ভ কৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়এ । ঘটনাৰ কাৰণ জানিবলৈ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বিভাগে তদন্ত আৰম্ভ কৰিছে।

Exit mobile version