Shilapa Shetty-Raj Kundra :পৰ্ণ কাণ্ডৰ পাছত প্ৰথম প্ৰকাশলৈ আহিল ৰাজ-শিল্পা

1636507573 shilpa

শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক যোৱা জুলাইত পৰ্ণগ্ৰাফিক কনটেণ্ট তৈয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ছেপ্টেম্বৰ মাহত জামিন দিয়া হৈছিল কুন্দ্ৰাক।

কাৰাগাৰৰ পৰা মুকলি হোৱাৰ দিনাৰ পৰা শিল্পা আৰু ৰাজক যোৱা ডেৰ মাহত ৰাজহুৱাভাৱে দেখা পোৱা নাই।

মঙলবাৰে হিমাচল প্ৰদেশৰ এটা মন্দিৰত দুয়োৰে একে লগে থকা এটা ভিডিঅ’ ভাইৰেল হৈছিল। দুয়োজনে পৰিধান কৰি আছিল হালধীয়া কাপোৰ।

যোৱা শনিবাৰৰ পৰা শিল্পাৰ সামাজিক মাধ্যমত দেখা গৈছে ধৰ্মশালা ভ্ৰমণৰ বিভিন্ন মুহূৰ্ত । লগত আছে তেওঁলোকৰ দুটা সন্তান

Exit mobile version