আজি নৱনিৰ্বাচিত পাঁচজন বিধায়কৰ শপতগ্ৰহণ

a8b9fc77 9aef 48eb bb6b 95e3a94e6645

আজি অসম বিধানসভাত অনুষ্ঠিত মিত্ৰজোঁটৰ নৱনিৰ্বাচিত পাঁচোজন বিধায়ক ক্ৰমে শ্ৰী ৰূপজ্যোতি কুৰ্মী, শ্ৰী সুশান্ত বৰগোহাঁই, শ্ৰী ফণীধৰ তালুকদাৰ, শ্ৰী জিৰণ বসুমতাৰী আৰু শ্ৰী জলেন দৈমাৰীৰ শপত গ্ৰহণ কৰে ৷

Exit mobile version