কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা

images

 

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত ১০ গৰাকী লোক ।এখন অ’টো আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ১০ গৰাকী।

নিহত লোক কেইজন ক্ৰমে ,দুৰ্জা বাই পানিক,ছালু বাই পানিকা, গৌৰৱ দাস পানিকা,শম্বু দাস পানিকা, লালন গোস্বামী,পূজা গৌড়ৰ,ছানু ৰী, মংললী কৰ্মকাৰ ,তপু কৰ্মকাৰ। নিহতৰ ভিতৰত আছে তিনিজন পুৰুষ, পাঁচগৰাকী মহিলা সহ দুই শিশু।

ষট্ পূজাৰ পৰা ঘূৰি অহাৰ পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

Exit mobile version