Health Tips : আপোনাৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা ‌? ক’ব ওঠৰ ৰঙে

istockphoto 908389436 170667a

কোনো উপসর্গ নাথাকিলেও ভিতৰি ভিতৰি শৰীৰত বহু অসুখ থাকে, যিটো আমি সহজে ধৰিব নোৱাৰো । শৰীৰত প্রায় তাৰ কোনো লক্ষণেই দেখা নাযায় । কিন্তু শৰীৰৰ কিছু কিছু অংশ অতি স্পর্শকাতৰ । সেইসমূহ স্থানত সোনকালে অসুখৰ প্রভাৱ পৰে । ইয়াৰ ভিতৰত অন্যতম হ’ল ওঠ ।

ওঠৰ ৰং দেখি আভাস পোৱা যায় অসুখৰ । কি কি লক্ষণ দেখি শৰীৰৰ অৱস্থা বুজিব ?

Exit mobile version