Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Group D Recruitment : সম্পূৰ্ণ কমিছনকেই বৰ্খাস্ত কৰি দিয়া হ’ব, এছ‌এছচি সচিবক তীব্র কটাক্ষ উচ্চ ন্যায়ালয়ৰ

publisher by publisher
November 17, 2021
in India, News
Reading Time: 1 min read
0
Group D Recruitment : সম্পূৰ্ণ কমিছনকেই বৰ্খাস্ত কৰি দিয়া হ’ব, এছ‌এছচি সচিবক তীব্র কটাক্ষ উচ্চ ন্যায়ালয়ৰ
2
SHARES
17
VIEWS
ShareShareShareShare

গ্রুপ ডি কর্মী নিয়োগ কৰাৰ সম্পৰ্কত উচ্চ ন্যায়ালয়ত প্রশ্নৰ সন্মুখীন হৈছে এছএছচি সচিব । নিয়োগত অনিয়মৰ অভিযোগ গোচৰত এছএছচি সচিবক তীব্র কটাক্ষ কৰে কলকাতা উচ্চ ন্যায়ালয়ে ।

ADVERTISEMENT

মঙলবাৰে এই গোচৰত ক্ষোভ প্রকাশ কৰে হাইকোর্টের ন্যায়াধীশ অভিজিৎ গংগোপধ্যায়ে । পেনেল বহির্ভূত নিয়োগৰ আবেদন কিয় কৰিলে স্কুল ছার্ভিচ কমিছনে সেই সম্পৰ্কত ২৪ ঘণ্টাৰ ভিতৰত কমিছনৰ সচিবক তলব কৰে উচ্চ ন্যায়ালয়ে । লগতে অনিয়মত ক্ষুব্ধ উচ্চ ন্যায়ালয়ে চিবিআই তদন্তৰো সকীয়নী দিয়ে । আজি এছএছচি সচিবক তীব্ৰ ভাষাৰে কটাক্ষ কৰে ন্যায়াধীশে ।

RelatedPosts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

সচিবৰ উদ্দেশ্যে ন্যায়াধীশে কয়, ‘আপোনালোকৰ ওপৰত মোৰ ভৰসা নাই । আপোনালোকে কি তদন্ত করৰিব ম‌ই জানো । নিয়োগক লৈ এই দুর্নীতি নচলিব । সম্পূৰ্ণ কমিছনক বৰ্খাস্ত কৰি দিয়া হ’ব । প্রয়োজন হ’লে চিআইএছএফক ক’ম অফিচৰ দখল ল’বলৈ । যাতে কোনেও একো বস্তু অফিচৰ বাহিৰত লৈ যাব নোৱাৰে । চিবিআইক কম সকলো পৰ্যবেক্ষণ কৰিবলৈ । কোনেও কম্পিউটাৰত হাত নিদিব । ইয়াৰ পিছত কোন আছে আমি বিচাৰি উলিয়াব লাগিব ।

গ্রুপ ডি নিয়োগত অনিয়মৰ অভিযোগৰ তদন্তত এটা কমিছন গঠন কৰাৰ কথা আদালতত জনায় পশ্চিমবংগ চৰকাৰে । সেই আবেদন অস্বীকাৰ কৰে উচ্চ ন্যায়ালয়ে । আদালতৰ তৰফৰ পৰা কোৱা হৈছে, এতিয়া তদন্ত কমিটী গঠন কৰিব পৰা নাযাব । ইয়াৰ পাছতেই এই গোচৰৰ বিষয়ত সময় বিচাৰে পশ্চিমবংগ চৰকাৰৰ আইনজীৱীয়ে । কিন্তু সেই আবেদনো নাকচ কৰে আদালতে । কোৱা হয় আৰু সময় দিব পৰা নাযাব । আজি সন্ধিয়াই জনাব লাগিব কিয় এনে দুর্নীতি হৈছে । সকলো আবেদনৰ নথি জমা দিব লাগিব । সকলো প্রশ্নৰ সন্তোষজনক উত্তৰ দিব লাগিব ।

২০১৬ত গ্রুপ ডি পদত ১৩জশ হেকাৰ কর্মচাৰী নিয়োগ কৰা হয় । সেই পেনেলৰ ম্যাদ শেষ হয় ২০১৯ত । কিন্তু তাৰ পাছতো একাধিক নিয়োগ হৈছে । মুঠ ২৫ জনৰ আবেদনৰ তথ্য আছে আদালতৰ হাতত । এই সম্পৰ্কতেই ব্যাখা তলব কৰে উচ্চ ন্যায়ালয়ে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Calcutta High Courtindia
publisher

publisher

Related Posts

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d