একেৰাহে পঞ্চমবাৰৰ বাবে দেশৰ সবাতােকৈ স্বচ্ছ চহৰৰ স্বীকৃতি ইন্দোৰলৈ

fb i love indore twi 091620033017

স্বচ্ছতা সর্বক্ষণে শনিবাৰে ফলাফল ঘােষণা কৰিব। নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ সবাতােকৈ স্বচ্ছ চহৰৰ নতুন তালিকা ঘােষণা কৰা হ’ব। প্রকাশিত বাতৰি অনুসৰি, ইন্দোৰে একেৰাহে পঞ্চমবাৰৰ বাবে দেশৰ সবাতােকৈ স্বচ্ছ চহৰৰ স্বীকৃতি লাভ কৰিব।

পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীর্ষস্থান লাভ কৰি ইন্দোৰে পঞ্চমবাৰলৈ এই স্বীকৃতি অর্জন কৰিব। উল্লেখ্য যে স্বচ্ছ চহৰ ঘােষণাৰ লগতে কেন্দ্রীয় চৰকাৰে প্ৰথমবাৰৰ বাবে চাফাই মিত্র চেলেঞ্জ’ পুৰস্কাৰাে ঘােষণা কৰিছে আৰু এই বঁটাও ইন্দোৰে লাভ কৰিব। ‘ ফাইভ ষ্টাৰ কেটেগৰী ‘বঁটাসহ ইন্দোৰে মুঠ তিনিটা বঁটা লাভ কৰিব। আজি এই বঁটা ঘােষণা কৰা হ’ব।

Exit mobile version