Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Farm Bill : বিল প্ৰস্তুত হয়, বাতিল হয়, পুনৰ ঘূৰি ও আহিব পাৰে : কৃষি আইন সন্দৰ্ভত মন্তব্য সাক্ষী মহাৰাজৰ

publisher by publisher
November 21, 2021
in India, News
Reading Time: 1 min read
0
Farm Bill : বিল প্ৰস্তুত হয়, বাতিল হয়, পুনৰ ঘূৰি ও আহিব পাৰে : কৃষি আইন সন্দৰ্ভত মন্তব্য সাক্ষী মহাৰাজৰ
3
SHARES
30
VIEWS
ShareShareShareShare

সমাগত উত্তৰ প্রদেশৰ (Uttar Pradesh) বিধানসভা নির্বাচন । তেনে সময়তে বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে । যোৱা শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিতর্কিত তিনি কৃষি বিল (Farm Laws) প্রত্যাহাৰৰ ঘোষণা কৰিছে । এই ঘোষণাক লৈও উত্তৰ প্রদেশৰ ৰাজনীতিত ৰাজনৈতিক দলবোৰৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে । সেই সময়তে প্ৰকাশ্যত আহিল বিজেপি সাংসদ সাক্ষী মহাৰাজৰ (Sakshi Maharaj) এটা মন্তব্য । তেওঁ কয়, বিল আহে, আকৌ বাতিলো হয় । সেইসমূহ ঘূৰিও আহিব পাৰে, সেইসমূহ নতুনকৈ প্রণয়নো হ’ব পাৰে ।

ADVERTISEMENT

উত্তৰ প্রদেশৰ আসন্ন বিধানসভা নির্বাচন প্রসংগত সাক্ষী মহাৰাজে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ উচ্ছ্বসিত প্রশংসা কৰে । তেওঁ কয়, ৰাজ্যত যোগী আদিত্যনাথৰ জনপ্রিয়তা অটুট আছে । ৰাজ্যত যোগী আদিত্যনাথক প্ৰত্যাহ্বান দিব পৰা কোনো নাই ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

সংবাদমাধ্যমৰ আগত সাক্ষী মহাৰাজে কয়, ‘কৃষি বিলৰ স’তে উত্তৰ প্রদেশৰ নির্বাচনৰ কোনো সম্পর্ক নাই । আপোনালোকে ভালকৈয়ে জানে যে, তথাকথিত কৃষকসকলৰ অশুভ জোঁটে পাকিস্তান জিন্দাবাদ, খালিস্তান জিন্দাবাদৰ দৰে অপৱিত্র শ্ল’গান দিছিল । মোদীজিৰ আৰু বিজেপিৰ বাবে দেশৰ স্বার্থই সর্বাগ্রে । বিলটো আহে, বাতিলো হয় । ঘূৰিও আহিব পাৰে । ইয়াত একো দেৰি নহয় । কিন্তু ম‌ই মোদীজিক আন্তৰিকভাৱে ধন্যবাদ জনাওঁ এই বাবে যে, তেওঁ উদাৰ মনৰ পৰিচয় দিছে । বিল আৰু দেশৰ মাজত তেওঁ দেশক বাছি লৈছে ।’

সাক্ষী মহাৰাজে কয়, ‘যাৰ অসৎ উদ্দেশ্য আছিল, মোদীৰ সিদ্ধান্ত তেওঁলোকৰ বাবে এটা ধাক্কা । নিৰ্বাচনৰ কথা ক’লে, ইয়াত প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী যোগীক কোনেও প্ৰত্যাহ্বান দিব নোৱাৰে । ৰাজ্যত যোগীৰ জনপ্রিয়তা অব্যাহত আছে ।’

#WATCH | BJP MP Sakshi Maharaj says, "Bills(Farm Laws)have got nothing to do with polls…For PM Modi, nation comes first. Bills come, they're repealed, they can come back, they can be re-drafted. I thank PM that he chose nation over Bill&dealt a blow to wrong intentions."(20.11) pic.twitter.com/IIs8QCp4ty

— ANI UP/Uttarakhand (@ANINewsUP) November 21, 2021

সাক্ষী মহাৰাজৰ মন্তব্যৰ তীব্র সমালোচনা কৰিছে সমাজবাদী পার্টীয়ে (ছপা) । দলৰ বিষয়াই টুইটাৰ হেণ্ডেলত টুইট কৰি কয় যে, বিজেপি সাংসদ সাক্ষী মহাৰাজ কৈছে, কৃষি বিল পুনৰ ঘূৰাই আনিব পাৰে বিজেপি চৰকাৰে । কৃষকসকলৰ আগত মিচা ক্ষমাপ্রার্থীসকলৰ এইটোৱে প্ৰকৃত ৰূপ ।

উল্লেখ্য, তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । তেওঁ কৃষকসকলক পুনৰ পথাৰলৈ উভতি যোৱাৰ আবেদন জনাইছে । যদিও আন্দোলনকাৰীসকলৰ দাবী, আগতে কৃষি আইন প্রত্যাহাৰত ছিলমোহৰ দিয়ক সংসদত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPNarendra ModiSakshi MaharajThree Farm LawYogi Adityanath
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d