Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শালবাৰীৰ জনাঞ্চলত মানাহৰ ভালুকৰ বিচৰণ

বন বিভাগৰ চেষ্টাত আজি মানাহৰ অৰণ্যমুখী হয় ভালুকটো

publisher by publisher
November 23, 2021
in Assam, India, News
Reading Time: 1 min read
0
শালবাৰীৰ জনাঞ্চলত মানাহৰ ভালুকৰ বিচৰণ
শালবাৰীৰ জনাঞ্চলত মানাহৰ ভালুকৰ বিচৰণ
5
SHARES
48
VIEWS
ShareShareShareShare

মানাহৰ বনাঞ্চলৰ পৰা ওলাই অহা এটা ভালুকৰ বিচৰণে দুদিন ধৰি একপ্ৰকাৰ উত্তেজনাৰ সৃষ্টি কৰিছে বাগসাৰ শালবাৰীৰ কুন্দৰগাঁৱৰ জনাঞ্চলত ৷ অৱশেষত অশেষ চেষ্টাৰ অন্তত আজি দুপৰীয়া ভাগত ভালুকটোক পুনৰায় অৰণ্যমুখী কৰাবলৈ সক্ষম হয় মানাহৰ বন বিভাগে ৷

ADVERTISEMENT

সূত্ৰ অনুসৰি, দেওবাৰে দুপৰীয়া শালবাৰী মহকুমাৰ চহোগুৰিৰ সমীপৱৰ্তী কুন্দৰগাঁৱৰ এডৰা বাঁহনিৰ মাজত ভালুকৰ অৱস্থিতি প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ পিছ মুহূৰ্ততে ৰাইজে এই খবৰ লাভ কৰাত মানাহৰ বন বিভাগ আৰু মানাহ মাউজিগেন্দ্ৰি ইক’টুৰিজিম ছ’চাইটিক অৱগত কৰে ৷ সেইমৰ্মে মানাহৰ ভূঞাপাৰা ৰেঞ্জৰ বন বিষয়া কামেশ্বৰ বড়োৰ নেতৃত্বত বন বিভাগৰ দল আৰু মানাহ মাউজিগেন্দ্ৰি ইক’টুৰিজিম ছ’চাইটিৰ এটা দলৰ উপৰি আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ৷

RelatedPosts

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Protest against eviction in Salbari:উচ্ছেদৰ বিৰুদ্ধে শালবাৰীত তীব্ৰ প্ৰতিবাদ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ 

Dhekiajuli:ঢেকিয়াজুলিৰ শলমাৰী গাঁৱৰ আয়ুব খান নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক জন ১২ দিন ধৰি নিখোঁজ

ভালুক চাবলৈ অঞ্চলটো লোকে লোকাৰণ্য হৈ পৰে কুন্দৰগাঁৱত ৷ আবেলি প্ৰায় আঢ়ৈ বজাৰ পৰা বন বিভাগৰ দলে ভালুকটোক তাৰ পৰা স্থানান্তৰ কৰিবলৈ বিভিন্ন প্ৰক্ৰিয়া অৱলম্বন কৰে আৰু সন্ধিয়ালৈ জাল পাতি ভালুকটো আৱদ্ধ কৰাৰ চেষ্টা চলায় যদিও অসফল হয় ৷ ইফালে, আন্ধাৰ নামি অহাৰ পাছতে ভালুকটো উক্ত স্থানৰ পৰা আন স্থানলৈ গতি কৰাত বন বিভাগে অভিযান সামৰিবলগা হয় ৷ আজি পুৱাৰে পৰা কুন্দৰগাঁৱৰ কাষৰীয়া অঞ্চলত ভালুকটোৰ সন্ধানত বন বিভাগে পুনৰ অভিযান আৰম্ভ কৰে ৷

উল্লেখযোগ্য যে, আজি দুপৰীয়া ভাগলৈ ভালুকটোৱে গঞাৰ বাৰীত খাই যোৱা কলগছ প্ৰত্যক্ষ কৰে অভিযানকাৰী দলটোৱে আৰু সেইমৰ্মে ভালুকটোৰ খোজ অনুসৰণ কৰি ৰাবাংগুৰি, বড়োবজাৰ হৈ ভালুকটো মানাহৰ ভূঞাপাৰা ৰেঞ্জৰ বনাঞ্চলত প্ৰৱেশ কৰা বুলি নিশ্চিত হোৱাত অভিযান সামৰে বন বিভাগে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BearManas National ParkSalbari
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d