দোতমাত শিশু উন্নয়ন প্ৰকল্পত শাৰিৰীকভাৱে সক্ষম লোকসকলক পৰীক্ষা

WhatsApp Image 2021 11 25 at 6.16.32 PM

কোকৰাঝাৰ জিলাৰ দোতমা শিশু উন্নয়ন প্ৰকল্পত আজি ৰাতিপুৱাৰে পৰা শাৰিৰীকভাৱে সক্ষম লোকসকলক বিভিন্ন বিভাগৰ চিকিৎসকে উপস্থিত থাকি পৰীক্ষা-নিৰীক্ষা কৰে । উক্ত পৰীক্ষা শিবিৰত দোতমা অঞ্চলৰ চাৰি শতাধিক শাৰিৰীকভাৱে সক্ষম লোক উপস্থিত হৈ পৰীক্ষা-নিৰীক্ষা কৰে ।

আজিৰ অনুষ্ঠানত উপস্থিত থাকি দোতমাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া গীতাঞ্জলি ব্ৰহ্মই সকলোকে নিয়ম অনুসাৰে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনায় । চিকিৎসকসকলেও পৰীক্ষা-নিৰীক্ষা কৰি বহুতো লোকক চিকিৎসা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় কাৰণ বহুতো লোক উন্নতমানৰ চিকিৎসা কৰিলে সুস্থ হৈ উঠিব বুলিও প্ৰকাশ কৰে ।

Exit mobile version