Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

77th Asom Sahitya Sabha Pathsala Convention:আমাৰ ঘৰত জুই লাগিলে অসম জঁপিয়াই পৰিব লাগে

নিজকে অসম-অসমীয়াৰ অভিন্ন অংগৰূপে ভাবে অৰুণাচলৰ নিচিসকলে, ভাষাৰ গ্রহণযোগ্যতাকো ধ্রুপদী স্বীকৃতিৰ চৰ্ত কৰিব লাগে, দ্বিতীয় মুকলি সভাও হ'ল জনশূন্য, আমাৰ ঘৰত জুই লাগিলে অসম জঁপিয়াই পৰিব লাগে, ধ্রুপদী স্বীকৃতিৰ পাছত অসমীয়া ভাষাক লৈ তৎপৰতাহীনতাত আক্ষেপ, কার্যসূচীত অংশগ্রহণ কৰিবলৈ প্ৰতিনিধিৰ সময় নাই

publisher by publisher
February 4, 2025
in India, Assam, News
Reading Time: 2 mins read
0
77th Asom Sahitya Sabha Pathsala Convention:আমাৰ ঘৰত জুই লাগিলে অসম জঁপিয়াই পৰিব লাগে
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Asom Sahitya Sabha:হাৱাজানত অসম সাহিত্য সভাৰ ‘কেন্দ্ৰীয় সাহিত্য দিৱস’ উদযাপন

Asom sahitya Sabha:অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি

Asom Sahitya Sabha: জুবিন গাৰ্গলৈ মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসম সাহিত্য সভাৰ

77th Asom Sahitya Sabha Pathsala Convention:

‘অসম আমাৰ মাতৃ, আমাৰ জ্যেষ্ঠ ভ্রাতৃ, অসমে আমাক নেতৃত্ব দিয়ক, অসমে আমাৰ বিপদত জ্যেষ্ঠ হিচাপে বাট দেখুৱাই যাওক।’ অসম সাহিত্য সভাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্রত অনুষ্ঠিত ৭৭ সংখ্যক অধিবেশনৰ সোমবাৰে চতুর্থ দিনৰ দ্বিতীয় মুকলি সভাত অসমবাসীক এই আহ্বান জনায় অৰুণাচলৰ বিশিষ্ট সাহিত্যিক তথা নিচি ইলাইট ছ’চাইটিৰ সাধাৰণ সম্পাদক হেৰী মাৰিঙে।

ADVERTISEMENT

এই সভাত পৰম সম্মানীয় অতিথিৰূপে নিচি সম্প্রদায়ৰ নেতৃস্থানীয় ব্যক্তিৰ এটি প্রতিনিধি দলসহ এই মুকলি সভাত অংশগ্ৰহণ কৰা মাৰিঙে এনে নেতৃত্ব বহনত অসম সাহিত্য সভাক অন্যতম ভূমিকা গ্রহণ কৰিবলৈও আহ্বান জনায়। তেওঁ লগতে কয় যে অৰুণাচলৰ আটাইতকৈ ডাঙৰ সম্প্রদায়টো হ’ল নিচি তথা ডফলা। এই নিচিসকলে অৰুণাচলত বাস কৰিলেও অসমীয়া ক’ব পাৰে, অসমীয়া লিখিব পাৰে। তাৰ বাবে নিচি ইলাইট ছ’চাইটিয়ে কাম কৰি আহিছে।

অসম সাহিত্য সভাৰ লগত যৌথভাবেও কার্য ৰূপায়ণ কৰা হৈছে। তেওঁ এইবুলিও কয় যে এই সম্বন্ধ আৰু অধিক শক্তিশালী কৰিব লাগিব। প্রসংগক্রমে আহোম ৰজাৰ দিনৰ পৰাই নিচিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপনৰ উপৰি অসম ৰক্ষাৰ যুঁজতো নিচিসকলে দক্ষ সৈনিক হিচাপে কাম কৰিছিল বুলি মাৰিঙে উল্লেখ কৰে। অৰুণাচলৰ প্ৰসংগত তেওঁ কয় যে আজিৰ বহু অৰুণাচলীয়ে নিজৰ ভাষাটোক পাহৰি গৈছে। ভাষাৰ পৰিচয় হেৰালে মানুহে নিজৰ পৰিচয় হেৰায়; কিন্তু তাৰ মাজতে নিচিসকলে নিজক পাহৰি নাযাবলৈ সকলো চেষ্টা কৰিছে।

অসমীয়া ভাষাটোকো নিচিসকলে নিজৰ ভাষা বুলি সদায় গণ্য কৰি আহিছে। তেওঁ কয়, ‘আমি অসমীয়া শিকিছো আমি আমাৰ ল’ৰা-ছোৱালীৰ নাম আমাৰ পূৰ্বৰ দৰে ৰাখিছো। আমাৰ সমাজৰ বহু লোকৰ উপাধি গোস্বামী, শইকীয়া, কলিতা। ড° ভূপেন হাজৰিকাই আমাৰ গান গাইছিল। অসম-অৰুণাচলৰ সমন্বয়ৰ দূত আছিল ভূপেন হাজৰিকা। অসম ‘আমাৰ মা, অসম আমাৰ ডাঙৰ ককাইদেউ। কেবল অৰুণাচলেই নহয়, অসম আমাৰ আটাইকেইখন ৰাজ্যৰে মা, জ্যেষ্ঠ ভ্রাতৃ। সেই কাৰণে ডাঙৰ ভাই হিচাপে আমাৰ ঘৰত কিবা কথাত জুই লাগিলে তাক নুমাবলৈ অসমে জঁপিয়াই পৰিব লাগে।

মণিপুৰ, মিজোৰাম, নগালেণ্ডতো জুই জ্বলিলে অসমে নুমুৱাব লাগে। আমি বিচাৰো অসমত শাস্তি থাকিব লাগে। মাৰ ঘৰত শাস্তি নাথাকিলে, ডাঙৰ ককাইদেউৰ ঘৰত শান্তি নাথাকিলে আমাৰো শান্তি নাথাকে।’ ভাষণত মাৰিঙে উল্লেখ কৰে যে তেওঁলোক নিচি ছোৱালীয়ে বিহু গাব জানে, বিহু নাচিব জানে। অসমীয়াও নিচিসলক তেনেদৰেই আদৰিব লাগে। নতুন সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক তথা অসমীয়া ভাষাৰো এজন সেৱক শক্তিময় দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

তেওঁ কেৱল ভাষা-সাহিত্যৰ নামত অসম সাহিত্য সভাৰ দৰে বৃহৎ সংগঠন থকাটো এক বিৰল উদাহৰণ বুলি মন্তব্য কৰি কয় যে সামর্থ্য থকালৈ তেওঁ অসমীয়াত লিখি যাব। অৱশ্যে পশ্চিমবংগত থকা হেতু ভাষাটো কোৱা মানুহৰ অভাৱ হোৱা বাবেই তেওঁ ভালদৰে ক’ব নোৱাৰে; কিন্তু পৃষ্ঠাই পৃষ্ঠাই অসমীয়া লিখিব পাৰে। দাসে তেওঁক আগুৱাই দিয়াসকলৰ ভিতৰত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা প্রবীণ সাংবাদিক কনকসেন ডেকা অন্যতম বুলি উল্লেখ কৰে। ভাষণত দাসে অসমীয়াই ধ্রুপদী ভাষা হিচাপে বহু আগতেই স্বীকৃতি পাব লাগিছিল বুলি মত পোষণ কৰে। ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত ভাষা এটাৰ গ্ৰহণযোগ্যতাকো চর্ত হিচাপে ল’ব লাগে বুলি তেওঁ কয়।

অসমীয়াই অসমীয়া আৰু বাংলা ভাষাই সেই চৰ্ত বহু আগৰ পৰাই পূৰণ কৰি আহিছে বুলিও ভাষণ উল্লেখ কৰে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে অসমীয়া ভাষা-সাহিত্যক অধিক মহিমামণ্ডিত কৰি তুলিব বুলিও প্রত্যাশা কৰা শক্তিময় দাসে নাম ঘোষা, বুঢ়ী আইৰ সাধু আদি গ্রন্থ কিদৰে অনুবাদ কৰিছিল সেই কথাও সোঁৱৰণ কৰে। অসমীয়া ভাষাৰ লগত নিজক জড়িত কৰি গৌৰৱান্বিত বুলি অনুভৱ ব্যক্ত কৰে প্রখ্যাত সাহিত্যিকজনে।

মুকলি সভা উদ্বোধন কৰে সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই। ভাষণত শইকীয়াই অসমীয়াই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ পৰিক্ৰমাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাষাটো ধ্রুপদী হিচাপে স্বীকৃত হোৱাৰ পাছত ইয়াৰ বিস্তাৰ কৰিব লাগিব। এই প্রসংগতে মাৰাঠী ভাষাই ধ্রুপদীৰ স্বীকৃতি পোৱাৰ লগে লগে অতি ক্ষিপ্রতাবে ভাষাটোৰ বিস্তাৰৰ বাবে ব্যাপক ৰূপত কার্যপন্থা গ্রহণ কৰা হৈছে বুলি কয়। একেদৰে বাংলা ভাষাৰ ক্ষেত্ৰতো তৎপৰতা লোৱা হৈছে। এনে তৎপৰতা অসমীয়াৰ ক্ষেত্ৰত অদ্যাপি লোৱা হোৱা নাই বুলি প্রকাৰান্তৰে আক্ষেপ কৰি এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয়তাকো কৌশলেৰে ইংগিত কৰে।

বিহুৰে চৰকাৰে বিশ্ব ৰেকৰ্ড কৰা বিষয়টো ইংগিত কৰি শইকীয়াই কয়, ‘শ্রীৰামপুৰ গেটতে যদি বিশ্ব দৰবাৰৰ সীমা শেষ হয়, তেন্তে উপায় নাই। বিশ্বখন বহুত ডাঙৰ। ভাষাটোক আমি অর্থনীতিৰ স’তেও সংযুক্ত কৰিব লাগিব। গুৱাহাটীৰ শ্বপিং মলত অসমীয়া ল’ৰা-ছোৱালীয়ে গ্ৰাহকৰ লগত নিজৰ ভাষাত কথা নাপাতে। কাৰণ নিজৰ ভাষাত কথা ক’লে তেওঁলোকৰ চাকৰি যাব। আমি উপলব্ধি কৰা উচিত যে যি জাতিব নিজৰ ভাষাক লৈ স্বাভিমান নাথাকে, সেই জাতিৰ ভাষাও নাথাকে। জাতি থাকিবলৈ ভাষাক জীয়াই ৰাখিব লাগ্নি। নিজৰ ভাষাক লৈ আমি স্বাভিমানী হ’বই লাগিব।’

এই সভাতে উপস্থিত হয় অসম চৰকাৰৰ মন্ত্রী কৃষ্ণেন্দু পাল। মন্ত্রীজনক আদৰণি জনোৱাৰ পাছতে সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে বৰাকত কে’বাটাও কাৰ্যসূচী ৰূপায়ণত আহ্বান জনায়। সেই অনুসবি, শ্রীভূমি জিলাত অসম সাহিত্য সভাৰ এটা কার্যালয় নির্মাণ কৰা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ প্রতিমূর্তি স্থাপন কৰা আৰু শিলচৰত ড° ভূপেন হাজৰিকাৰ আন এটা প্রতিমূর্তি স্থাপনৰ আহ্বান জনায় গোস্বামীয়ে। তেতিয়া মন্ত্রী পালে নিজৰ ভাষণত কয় যে আজিৰ পৰা কেইবছৰমান আগলৈ বৰাক উপত্যকাৰ মানুহে নগাঁও, তেজপুৰ আদিলৈ আহিলে অসমলৈ যোৱা বুলি কৈছিল। সেই পৰিৱেশ এতিয়া বহু পৰিমাণে নোহোৱা হৈছে।

বাকী থকা পার্থক্যখিনিকো নোহোৱা কৰাৰ প্ৰচেষ্টা চলোৱাৰ আশ্বাস দি মন্ত্রী পালে কয়, ‘আমাৰ শ্রীভূমিত এটা ডাঙৰ নামঘৰ স্থাপন কৰা হ’ব। অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ বাবেও ভূমি আবণ্টন দি তাত শাখা গঠন কৰা হ’ব। কাছাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত লাচিত বৰফুকনৰ প্ৰতিমূর্তি ইতিমধ্যে স্থাপন কৰা হৈছে। শিলচৰ বিশ্ববিদ্যালয়ত প্রতিমূর্তি স্থাপনৰ ক্ষেত্ৰতো আমি বৰাকৰ বিধায়কসকলে মিলি প্ৰয়াস কৰিম।’ পালে বৰাক উপত্যকালৈ অসম সাহিত্য সভাক আমন্ত্রণ জনায়। এই মুকলি সভাত আদৰণি ভাষণ দিয়ে পাঠশালা অধিবেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীয়ে।

অসম সাহিত্য সভাৰ কে’বাজনো প্রাক্তন প্রধান সম্পাদক আৰু কেন্দ্রীয় সমিতিৰ নেতৃবর্গ এই মুকলি সভাত উপস্থিত থাকে। এই দ্বিতীয় সভাও আজি দৰ্শকৰ অতি সেৰেঙা উপস্থিতিতহে আৰম্ভ হয়। অৱশ্যে অধিবেশনস্থলী আজিও লোকে-লোকাৰণ্য হৈ থাকে। আনকি সাহিত্য সভাৰ অধিবেশনৰ প্ৰতিনিধিৰ অংশগ্রহণেও এনে সভাবোৰত নামমাত্ৰ হৈ থকাটো অত্যন্ত দুর্ভাগ্যজনক বুলি ৰাইজৰ মাজত চর্চা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 77th Pathsala ConventionAsom Sahitya SabhaHari MaringNyishi Elite SocietyOpen Meeting
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d