Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

ED against illegal coke industry Meghalaya :ধৰ্মু-সুনীল বাঞ্চাল বাহিনীৰ নেতৃত্বত অবৈধ বেহাৰে শ শ কোটিৰ লুণ্ঠন

ভংগ কৰা হৈছিল পৰিৱেশ আইন,অবৈধ কোক উদ্যোগৰ নাছিল অনুজ্ঞা, বেনামীভাৱেই চলাই থকা হৈছিল কোক উদ্যোগ, ইডিৰ তালাচীত উন্মোচিত হৈছে অবৈধ বেহাৰ অপৰাধ

publisher by publisher
February 4, 2025
in Assam, India, News
Reading Time: 2 mins read
0
ED against illegal coke industry Meghalaya :ধৰ্মু-সুনীল বাঞ্চাল বাহিনীৰ নেতৃত্বত অবৈধ বেহাৰে শ শ কোটিৰ লুণ্ঠন
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

 ED Raid in Moran :মৰাণ নগৰত ED-ৰ অভিযান

বিহাৰত কনিষ্টবল নিয়োগ আৰু নিট কেলেংকাৰীৰ তদন্ত, দেশজুৰী আৰম্ভ ইডিৰ তালাচী 

Ed Raid In Coal Mafias Residence:শশ কোটিৰ লুণ্ঠনত কয়লা মাফিয়া সুনীল বাঞ্চাল জালত পৰিবনে

ED against illegal coke industry Meghalaya :

ADVERTISEMENT

মেঘালয়ৰ স্থানীয় বাসিন্দাৰ নামত ৰাজ্যখনত ছালাঙত অবৈধ কোক উদ্যোগ চলায় অসমৰ ব্যৱসায়ীয়ে। মেঘালয়ৰ ছালাঙত স্থানীয় লোকৰ নামত অবৈধ কোক উদ্যোগ স্থাপন কৰি অসমৰ ব্যৱসায়ীয়ে চলাই থকাৰ বিতং তথ্য প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)ৰ শেহতীয়া অভিযানত উদ্‌ঘাটন হৈছে।

কোক উদ্যোগৰ বাবে প্রয়োজনীয় অনুজ্ঞাপত্ৰ সংগ্ৰহৰ পৰা আৰম্ভ কৰি ইয়াৰ বাবে প্রয়োজনীয় কয়লা ক্রয়লৈ সমস্ত প্রক্রিয়াই আছিল বেআইনী। জালিয়াতি আৰু প্ৰৱঞ্চনাৰে এই কোক উদ্যোগৰ জৰিয়তে শ শ কোটি টকা আত্মসাৎ কৰা কয়লা মাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰা হ’ব, তাকে লৈ চর্চা অব্যাহত আছে যোৱা ২৮ জানুৱাৰীত ইডিৰ শ্বিলংস্থ উপ-মাণ্ডলিক কার্যালয়ে অবৈধ ধনৰ সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত মেঘালয়ৰ অবৈধ কোক উদ্যোগৰ স’তে জড়িত থকাৰ অভিযোগত গুৱাহাটী আৰু কলকাতাৰ বহুসংখ্যক ব্যৱসায়ীৰ বিভিন্ন বাসগৃহ-কার্যালয় আদিত অভিযান চলায়।

২০২২ত মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ এক ৰাজহুৱা স্বার্থজড়িত গোচৰ (পিআইএল নম্বৰ ১৪)ৰ নিৰ্দেশমৰ্মে এই অবৈধ কোক উদ্যোগ বন্ধ কৰা হৈছিল। ২০২২ৰ ১৬ ডিচেম্বৰত উক্ত পিআইএলৰ শুনানিৰ পাছত মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্যখনত থকা সকলো কোক উদ্যোগ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। এই নির্দেশমর্মে মৌচিনৰুট চিভিল ছাব ডিভিছনৰ এডিচি তথা এছডিঅ’ই ৰুজু কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যৌথ অভিযান চলায় আৰু মেঘালয়ৰ পশ্চিম খাচি হিল্ জিলাৰ ছালাং অঞ্চলত ৫৭টা অবৈধ কোক উদ্যোগ বন্ধ কৰি দিয়ে। ইয়াৰ পাছতে ছালাং আৰক্ষী থানাৰ এজাহাৰৰ ভিত্তিত ইডিয়ে অবৈধ ধনৰ সৰবৰাহৰ গোচৰৰ তদন্ত আৰম্ভ কৰে।

এইমর্মে যোৱা ২৮ জানুৱাৰীত মহানগৰীৰ বেলতলাতো কমেও আধা ডজন ব্যৱসায়ীৰ ঘৰত অভিযান চলায় ইডিৰ দলে। মেঘালয়ত অবৈধ কোক উদ্যোগ স্থাপন কৰি শ শ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত ইডিৰ তালাচী অভিযানৰ সম্মুখীন হোৱা ব্যৱসায়ীসকলৰ ভিতৰত আছে কুখ্যাত কয়লা মাফিয়া ধর্মবীৰ বাঞ্চাল ওৰফে ধর্মু তথা তেওঁৰ পুত্ৰ সুনীল বাঞ্চাল, সত্যনাৰায়ণ আৰু মহাবীৰ বাগলা, সঞ্জয় ঘিৰীয়া, মহাবীৰ মীনা, পৱন আগৰৱালা, ঋষি আগৰৱালা, প্রদীপ মিউল, আনন্দ গোয়েল, শিৱ মিট্টল, বাবু সিং আৰু জ’ মাৰাক আদিকে ধৰি বহুসংখ্যক কয়লা মাফিয়া।

ইডিৰ এই অভিযানৰ পাছত ফাদিল হয় যে কোক উদ্যোগসমূহ অবৈধভাৱে চলি থকা বাবে ভাঙি পেলোৱা হৈছিল। এই উদ্যোগসমূহৰ কিছুমানৰ প্ৰয়োজনীয় অনুজ্ঞাপত্র নাছিল আৰু আন কিছুমানে ভংগ কৰিছিল পৰিৱেশগত নীতি-নিয়ম। এক বিবৃতিত ইডিয়ে কয় যে তদন্তকালত উদ্ধাৰ হয় যে অবৈধ কোক উদ্যোগৰ প্ৰকৃত অপাৰেটৰ অধিকাংশই আছিল অসমৰ আৰু তেওঁলোকে মেঘালয়ত অবৈধভাবে কোক উদ্যোগত ব্যৱসায় চলাই আছিল।

বিবৃতিত প্রকাশ এইদৰে, ‘বহু কোক উদ্যোগ বেনামীভাৱে চলি আছিল। মেঘালয়ৰ স্থানীয় লোকক এই উদ্যোগৰ স্বত্বাধিকাৰীৰূপে দেখুওৱা হৈছিল যদিও প্রকৃত মালিকসকলে অসমৰ পৰা চলাই আছিল ব্যৱসায়। তদন্তকালত এই তথ্য উদ্‌ঘাটন হয় যে অবৈধভাবে খনন কৰা কয়লা ব্যৱহাৰ কৰি এই অবৈধ কোক উদ্যোগসমূহ চলোৱা হৈছিল। কোক উদ্যোগ চলাবলৈ কয়লা ক্ৰয়ৰ কোনো বৈধ পদ্ধতিয়েই মানি চলা নাছিল।’

ইডিয়ে কয় যে এই অবৈধ কোক উদ্যোগসমূহ ব্যৱহাৰ কৰা কয়লা অবৈধ খননৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল আৰু কোনো ধৰণৰ বৈধ উৎসৰ পৰা কয়লা সংগ্ৰহ কৰা হোৱা নাছিল। অর্থাৎ কয়লা ক্ৰয়ৰ পৰা আৰম্ভ কৰি কোক উৎপাদন কৰালৈকে সমগ্র প্রক্রিয়া এশ শতাংশই যে অবৈধ আছিল সেয়া ইডিৰ অভিযানত স্পষ্ট হৈ পৰে। আনহাতে, অভিযানকালত ইডিয়ে অবৈধ কোক উদ্যোগ সম্পর্কীয় বহু আপত্তিজনক তথ্যপাতি জব্দ কৰে।

তদুপৰি ১৪.২ লাখ টকাও জব্দ কৰা হয় আৰু সীমান্তৰ দুয়োপাৰৰ পৰা সম্পন্ন হোৱা বহু উচ্চ মূল্যৰ লেনদেনৰ তথ্যও উদ্‌ঘাটন কৰা হৈছে। তদুপৰি ইডিয়ে প্রকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি নথিৰ লগতে বৃহৎ সংখ্যক বেংক আৰু মিউচ্যুৱেল ফাণ্ডৰ একাউন্ট জব্দ কৰা হয়। এই সমূহে প্রমাণ কৰে যে পশ্চিম খাচি হিল্ জিলাৰ অবৈধ কোক উদ্যোগত বৃহৎ পৰিসৰৰ অপৰাধী কার্যকলাপ সংঘটিত কৰা হৈছে। প্রাথমিক দৃষ্টিত অবৈধভাৱে খনন কৰা কয়লাৰ লগতে প্রচেছড কোক বিক্রী কৰি বৃহৎ অপৰাধ সংঘটিত কৰা বুলি উল্লেখ কৰি ইডিয়ে কয় যে তদন্ত প্রক্রিয়া অব্যাহত আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Coal mafiaEd Raidillegal coke industryMeghalaya HC
publisher

publisher

Related Posts

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d