Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিদ্যুৎ আইন ২০০৩ আৰু তাৰ সংশোধনী বিদ্যুৎ বিল ২০২১ বাতিল, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত এছ ইউ চি আইৰ বিক্ষোভ

publisher by publisher
November 25, 2021
in Assam, India, News
Reading Time: 1 min read
0
বিদ্যুৎ আইন ২০০৩ আৰু তাৰ সংশোধনী বিদ্যুৎ বিল ২০২১ বাতিল, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত এছ ইউ চি আইৰ বিক্ষোভ
2
SHARES
20
VIEWS
ShareShareShareShare

জনস্বাৰ্থ বিৰোধী বিদ্যুৎ আইন ২০০৩ আৰু তাৰ সংশোধনী বিদ্যুৎ বিল ২০২১ বাতিল আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত আজি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত গুৱাহাটীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত বিক্ষোভ প্ৰদৰ্শন কৰা হয় । এই উপলক্ষে দিনৰ ১২ বজাত দলৰ ভালেসংখ্যক কৰ্মী পানবজাৰস্থিত উৰণীয়া সেঁতুৰ সমীপত সমবেত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।

ADVERTISEMENT

প্ৰতিবাদকাৰীসকলে বিদ্যুৎ ২০০৩ আইন প্ৰত‍্যাহাৰ কৰক, বিদ্যুৎ (সংশোধনী) ২০২১বিল বাতিল কৰক, বিদ্যুৎ পৰিষদক ব্যক্তিগতকৰণ কৰা নচলিব, বিদ্যুতক যৌথ তালিকাৰ সংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা নচলিব, বিদ্যুতক অতি কেন্দ্ৰীকৰণ কৰা বন্ধ কৰক, ইলেক্ট্ৰিচিটি কন্ট্ৰেক্ট এনফোৰ্চমেন্ট অথৰিটি গঠন কৰা নচলিব, মাচুল সমান কৰাৰ নামত ক্ৰচ ছাবচিডি তুলি দিয়া নচলিব, প্ৰিপেইড মিটাৰ লগোৱা বন্ধ কৰক, কৃষি আৰু ঘৰুৱা ব্যৱহাৰত ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰক, প্ৰচলিত ছোলাৰ বিদ্যুৎ উৎপাদন আৰু ব্যৱহাৰত সাধাৰণ গ্ৰাহকক বাধা নিষেধ কৰা নচলিব ইত্যাদি শ্ল’গান সম্বলিত বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড আদি লৈ এ টি ৰোড হৈ বিজুলী ভৱনত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ।

RelatedPosts

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

একমাহতে দ্বিতীয়বাৰ! মিনিয়েপলিছত অভিবাসন আধিকারীৰ গুলীত যুৱক নিহত, তীব্ৰ প্ৰতিবাদ

বিক্ষোভৰ অন্তত অসম বিদ্যুৎ বিতৰক কোম্পানী লিমিটেডৰ অধোক্ষৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ সাত দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় । দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক কমৰেড চন্দ্ৰলেখা দাস স্বাক্ষৰিত স্মাৰক পত্ৰত একচেটিয়া পু্ঁজিপতিৰ স্বাৰ্থত প্ৰণয়ন কৰা জনবিৰোধী বিদ্যুৎ সংশোধনী বিল সংসদৰ অধিৱেশনত উপস্থাপনৰ পৰা বিৰত থাকিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় ।

বিক্ষোভৰ অন্তত উক্ত স্থানত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় দলৰ ৰাজ্যিক সম্পাদক কমৰেড চন্দ্ৰলেখা দাসে এই জনস্বাৰ্থ বিৰোধী বিদ্যুৎ (সংশোধনী ) বিল ২০২১ ৰ বিৰুদ্ধে অহা দিনত তীব্ৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ বাবে আগুৱাই আহিবলৈ জনসাধাৰণক আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Electricity BillProtestSUCI
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d