বিটক‌ইনক বৈধ মুদ্ৰা স্বীকৃতিৰ কোনো প্ৰস্তাৱ নাই : বিত্ত মন্ত্ৰণালয়

Bitcoin Cryptocurrency News Today 3

ভাৰতত ক্ৰিপ্টকাৰেন্সী নিষিদ্ধ হ’ব পাৰে বুলি জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সদনত কয় যে কেন্দ্ৰীয় চৰকাৰে ব্ৰিটেইনক লেনদেনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য সংগ্ৰহ কৰা নাই ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে জনায় যে বিটক‌ইনক দেশত বৈধ মুদ্ৰা হিচাপে স্বীকৃতি দিয়াৰ কোনো প্ৰস্তাৱ চৰকাৰে গ্ৰহণ কৰা নাই ।

ক্ৰিপ্টকাৰেন্সী বিষয়ক এক প্ৰশ্নৰ উত্তৰ দি আজি লোকসভাত লিখিতভাৱে এইদৰে জনালে সীতাৰমনে ।

Exit mobile version