অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু

BeFunky collage 5

সোমবাৰে যোৰহাট চহৰৰ মাজ মজিয়াত দিন দূপৰতে গণপ্ৰহাৰত মৃত্যুক সাৱটি লৈছিল অনিমেষ ভূঞাই। । এই নৃশংস হত্যাকাণ্ডৰ মূল খলনায়ক ক’লা ল’ৰা ওৰফে নীৰজ দাস (Neeraj Das)ৰ মৃত্যু ।

নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা চলাওঁতেই পিছফালে থকা আৰক্ষীৰ গাড়ীয়ে খুন্দা মাৰে অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্তজনক।

দুৰ্ঘটনাত ক’লা লৰা গুৰুতৰভাৱে আহত হোৱাত তেওঁক JMCH ত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও পথতে মৃত্যুক সাৱটি লয়।

Exit mobile version