অসম বৈভৱ বঁটা ঘোষণা

ratan tata img

অসম বৈভৱ বঁটা ঘোষণা ।

নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই বঁটা।

এইবাৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে উদ্যোগপতি ৰতন টাটালৈ।

অসম বৈভৱ বঁটা হ’ল ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান।

Exit mobile version