জাৰ্মানীত টিকাকৰণ নকৰা লোকৰ বাবে তলাবন্ধ ঘোষণা

20210824 vaccine

জাৰ্মানীৰ চেঞ্চলৰ এঞ্জেলা মৰ্কেলে টিকা গ্ৰহণ নকৰা লোকৰ বাবে তলাবন্ধ ঘোষণা কৰিলে । দেশখনত এই ঘোষণাৰ ফলত এতিয়াৰে পৰা টিকাকৰণ নকৰা লোকে কোনো ৰাজহুৱা স্থানত বিচৰণ কৰিব নোৱাৰিব । আনকি টিকা নোলোৱা ব্যক্তিয়ে অত্যাৱশ্যকীয় সা-সামগ্ৰী ক্ৰয়ৰ বাবেও বজাৰলৈ যাব নোৱাৰিব ।

দেশখনৰ চৰকাৰে ইতিমধ্যে অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা সকলো নাগৰিকৰ বাবে টিকাকৰণ বাধ্যতামূলক ঘোষণা কৰিছে ।

Exit mobile version