Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 ক্রিপ্টোকাৰেন্সীত বিনিয়ােগৰ বাবে নিৰ্ভৰযোগ্য আৰু নিৰাপদ এপসমূহ

publisher by publisher
December 5, 2021
in News
Reading Time: 1 min read
0
 ক্রিপ্টোকাৰেন্সীত বিনিয়ােগৰ বাবে নিৰ্ভৰযোগ্য আৰু নিৰাপদ এপসমূহ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

RBI : ব্যক্তিগত ক্রিপ্ট’কাৰেন্সিয়ে দেশৰ অর্থনৈতিক ভাৰসাম্য নষ্ট কৰিছে, সতৰ্কবাণী ৰিজার্ভ বেংকৰ

ক্রিপ্টকাৰেন্সীত নিজৰ দায়িত্বত কৰক বিনিয়োগ সতৰ্ক কৰিলে ৰিজাৰ্ভ বেংকে

ক্ৰিপ্টোকাৰেন্সী হ’ব পাৰে নতুন বছৰৰ শ্ৰেষ্ঠ উপহাৰ

বিটকইনকে ধৰি বিভিন্ন ক্রিপ্টোকাৰেন্সীত বিনিয়ােগৰ হাৰ বর্তমানে ভাৰতৰ লগতে সমগ্র বিশ্বতে অতি দ্রুতগতিত বৃদ্ধি হৈছে।

এই বিনিয়ােগৰ মাধ্যমৰ জৰিয়তে ব্যাপক লেনদেন হৈ আছে।বিশ্বব্যাপী বিটকইন আদিৰ এনে বর্ধিত জনপ্রিয়তালৈ লক্ষ্য ৰাখিয়েই কেন্দ্রীয় চৰকাৰে এই ধৰণৰ ডিজিটেল মুদ্রা বিনিয়ােগৰ গতিবিধি নিয়ন্ত্রণ কৰিবলৈ শীঘ্রেই বৃহৎ সিদ্ধান্ত ল’বলৈ ওলাইছে।

বিটকইন আৰু অন্যান্য ক্রিপ্টোমুদ্রাত ধন বিনিয়ােগ কৰি কম সময়তে ভাল ৰিটার্ণ লাভ কৰিব পাৰি যদিও, ভাচুৱেল মুদ্রাত ধন বিনিয়ােগ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে প্রতাৰিত হােৱাৰ সম্ভাৱনা থাকে।

গতিকে এই ধৰণৰ বিনিয়ােগ কৰাৰ পূর্বে বিনিয়ােগকাৰীসকলে সুৰক্ষিতভাৱে বিনিয়ােগ কৰিব পৰা এপবােৰৰ বিষয়ে ভালদৰে জানি বুজি লােৱাটো জৰুৰী। নিম্নোক্ত এপবােৰৰ জৰিয়তে, আপুনি সহজে আৰু সুৰক্ষিতভাৱে ক্রিপ্টোকাৰেন্সী ক্রয় বা বিক্রী কৰিব পাৰে..

কইনডিচিএক্স
(CoinDCX)

সাম্প্রতিক সময়ত কইনডিচিএক্স হৈছে জনপ্রিয়তাৰ দিশেৰে যথেষ্ট দ্রুতগতিত বিস্তাৰিত হােৱা এক ক্রিপ্টোকাৰেন্সী লেনদেনকাৰী এপ। এই এপটোৰ জৰিয়তে ক্রিপ্টো ট্রেডিঙত সচৰাচৰ সন্মুখীন হ’বলগীয়া সমস্যাসমূহৰ সন্মুখীন হ’ব নালাগিব। ইয়াত
বিনিয়ােগকাৰীয়ে নিজৰ কেৱাইছি তথ্যসমূহ দাখিল কৰাৰ পাছত অধিক ধন বিনিয়ােগ কৰিব পাৰে। উল্লেখ্য যে লেপটপ বা পিচিত ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ এটা ৱেব সংস্কৰণাে আছে।

ৱাজিৰ এক্স (WazirX)

ৱাজিএক্স হৈছে এটা ক্রিপ্টোকাৰেন্সী বিনিময়কাৰী জনপ্রিয় এপ্ । এই এপটোৱে এণ্ডইড আৰু আইঅ’এছ
দুয়ােটাতে কাম কৰে। ইয়াৰ উপৰি, ইয়াক উইণ্ডোজ বা মেক এপতাে ব্যৱহাৰ কৰিব পৰা যায়।

ইউনােকইন (Unocoin)

ইউনােকইন হৈছে আন এক উৎকৃষ্ট ক্রিপ্টো এক্সচেঞ্জ এপ্। ইয়াৰ ইউজাৰ ইণ্টাৰফেচ যথেষ্ট সৰল হােৱাৰ লগতে এপটোত আনবােৰ এপৰ তুলনাত বিভিন্ন ক্রিপ্টোকাৰেন্সী উপলব্ধ হয়। বিনিয়ােগকাৰীসকলে এই এপ্ ইনষ্টল কৰাৰ পাছত প্রথমে নিজৰ এটা একাউন্ট এটা খুলিব লাগিব আৰু কেৱাইচি দাখিল কৰিব লাগিব। ইয়াৰ পৰৱর্তী পর্যায়ত অট’ চিডিউল বা স্বয়ং অনুসূচী বিকল্পসমূহ নিজৰ সুবিধা অনুযায়ী ইয়াত ছেট কৰিব পাৰি, যাৰ জৰিয়তে বিনিয়ােগকাৰীয়ে নিজৰ
নির্ধাৰিত সময় অনুসৰি মুদ্ৰাৰ ট্রেডিং কৰিব পাৰে।

কইনচুইচ কুবেৰ (CoinSwitch kuber)

কইনচুইচ কুবেৰ হৈছে ডিজিটেল মুদ্রা লেনদেনকাৰীসকলৰ মাজত খুব কম সময়তে প্রসিদ্ধি লাভ কৰা এক ভাৰতীয় প্লেটফর্ম। ইয়াৰ দ্বাৰা যিকোনাে ব্যক্তিয়ে সহজে ক্রিপ্টো ট্রেডিং কৰিব পাৰে। এই এপটো ব্যৱহাৰ কৰিবলৈ, কেৱাইচি প্রক্রিয়াটো সম্পূর্ণ কৰিব লাগিব। এই এপটো নতুন ব্যৱহাৰকাৰীসকলৰ বাবেও যথেষ্ট অনুকূল। সর্বশেষত ক’ব লাগিব, অনলাইন বিনিয়ােগৰ বজাৰখনত বিপদাশংকা তুলনামূলকভাৱে বহুত বেছি। সেয়েহে বিনিয়ােগ কৰাৰ আগতে বিনিয়ােগকাৰীয়ে সকলাে চৰ্তাৱলী আৰু নিয়মাৱলী ভালদৰে চালি-জাৰি চাব লাগে। অন্যথা অনলাইন বজাৰৰ হেকাৰৰ প্ৰতাৰণাৰ ফাণ্ডত পৰি সকলাে হেৰুৱাব লগা হ’ব পাৰে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: cryptocurrency
publisher

publisher

Related Posts

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d