কাব্য‌ঋষি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা

800

কাব্য‌ঋষি নীলমণি ফুকনক জ্ঞানপীঠ বঁটা প্ৰদান ।

জীৱনজোৰা সাধনাৰ বাবে কবিগৰাকীলৈ এই বঁটা ।

তেওঁ গোলাঘাটৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰে ।

অসমৰ সাহিত্যিকলৈ তৃতীয়টো জ্ঞানপীঠ বঁটা ।

প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আৰু দ্বিতীয়টো মামণি ৰয়ছম গোস্বামীয়ে ।

Exit mobile version