যোৰহাট বিমানবন্দৰত প্ৰতিবাদত বহিল সাংসদ গৌৰৱ গগৈ

যোৰহাট বিমানবন্দৰ চৌহদত প্ৰতিবাদত সাংসদ গৌৰৱ গগৈ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অজয় কুমাৰৰ ।

নগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ জোৱানৰ গুলিত নিহতৰ বাসগৃহলৈ যাবলৈ যোৰহাট বিমানবন্দৰগ উপস্থিত হোৱাৰ সময়তে তেওঁলোকক মন জিলালৈ যাবলৈ বাধা দিয়ে ।

ইয়াৰ পাছতেই যোৰহাট বিমানবন্দৰত প্ৰতিবাদত বহে গৌৰৱ গৈগৈৰ লগতে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অজয় কুমাৰৰ ।

Exit mobile version