পুষ্টি গুণেৰে সমৃদ্ধ পালেং শাক

f312729801cf9a098b817e9394a25d6b XL

★কৰ্কট ৰােগ প্ৰতিৰােধ কৰিব পৰা উপাদান পােৱা যায় পালেং শাকত।

★এইবিধ শাক হ’ল এন্টি অক্সিডেন্টৰ ভঁৰাল।

★পালেঙত কেৰােটিন থাকে।

★ এইবিধ শাকে দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰখাত সহায় কৰে।

★ইয়াত ভিটামিন ‘চি’, পটাছিয়াম, কেলছিয়াম আদি প্ৰচুৰ পৰিমাণে পােৱা যায়।

★লিপিডৰ স’তে অন্ত্রত শােষিত ভিটামিন ‘এ’ থাকে।

★ পালেং শাক আদি নিয়মীয়াকৈ খালে শৰীৰে দৈনিক প্রয়ােজনীয় বিভিন্ন খনিজ দ্রব্য লাভ কৰে।

Exit mobile version