কেএলঅক মূল সূতি লৈ ঘুৰি অহাৰ আহ্বান আক্ৰাছুৰ

পৃথক কমতাপুৰ ৰাজ্যৰ পুনৰ উদ্ধাৰৰ দাবীত হাতত অস্ত্ৰ তুলি লোৱা কোচৰাজবংশী জনগোষ্ঠীও উগ্ৰপন্থী সংগঠন কামতাপুৰ লিবাৰেছন অৰ্গানাইজেশন চমুকৈ কেএলঅক মূল সূতিলৈ ঘুৰি অহাৰ আহ্বান আক্ৰাছুৰ সাধাৰন সম্পাদক সুনধৰ ৰায়ৰ ।

ADVERTISEMENT

এক সাক্ষাৎকাৰত আক্ৰাছুৰ সাধাৰণ সম্পাদক সুনধৰ ৰায়ে কয় যে কেএলঅই মূল সুতিলৈ ঘুৰি আহিব লাগে আৰু কেএলঅক মূল সুতিলৈ ঘুৰাই অনাৰ বাবে অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা যি সৎইচ্ছা প্ৰকাশ কৰিছে তাক আমি ভাল পাইছো বুলিও উল্লেখ কৰে ছাত্ৰ নেতাজন । এই সমস্যা অচিৰেই সমাধান হ’ব বুলি আশা ব্যক্ত কৰে সম্পাদকগৰাকীয়ে ।

Exit mobile version