গুৱাহাটী মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ত ছয় গৰাকী শিক্ষাৰ্থীৰ দেহত ওলাইছে ক’ভিড পজিটিভ ।
ADVERTISEMENT
আজিৰ দিনটোতে মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত মুঠ ৫১ গৰাকী শিক্ষাৰ্থীক ক’ভিড পৰীক্ষা কৰা হয় ।
৫১গৰাকীৰ ভিতৰত ছগৰাকীৰ দেহত পোৱা গৈছে কৰ’না পজিটিভ । আক্রান্ত ছগৰাকীকে ঘৰলৈ যাব দিয়া হৈছে ।
এই ক্ষেত্ৰত অধ্যক্ষই পৰীক্ষা পিছোৱা নহয় বুলি মন্তব্য প্ৰদান কৰে আৰু
ক’ভিডৰ নীতি নিয়ম মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰা হব বুলি সদৰী কৰিছে।