লখিমপুৰ সচেতন নাগৰিক মঞ্চৰ উদ্যোগত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জন্মজয়ন্তী উদযাপন

আজি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী ।

লখিমপুৰ সচেতন নাগৰিক মঞ্চৰ উদ্যোগত উদযাপন কৰা হয় পদ্মনাথ গোহাঞি বৰুৱাৰ জন্মজয়ন্তী ।

অনুষ্ঠানটোত পতাকা উত্তোলন কৰে লখিমপুৰ সচেতন নাগৰিক মঞ্চৰ সভাপতি উদয় শংকৰ হাজৰিকাই।

Exit mobile version