অসম বিধানসভাত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

অসম বিধানসভাত উখল-মাখল পৰিৱেশ । ফুলেৰে সজাই তোলা হৈছে বিধানসভা ।

অহা ২৪ ডিচেম্বৰত অসম বিধানসভাত আহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা । অধ্যক্ষগৰাকীয়ে অসম বিধানসভাৰ লাইভ ডিজিটেল প’ৰ্টেল মুকলি কৰিব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক দেৱব্ৰত শ‌ইকীয়াসহ বহু মন্ত্ৰী, বিধায়কসকল উপস্থিত থাকিব ।

Exit mobile version