ৰাজ্যত কাইলৈৰ পৰা বলবৎ হ’ব নতুন এছঅ’পি

1600x960 221418 whatsapp image 2021 04 27 at 13536 pm

কাইলৈৰ পৰা নিশা ১১বজাৰ পৰা পুৱা পাঁচ বজালৈ থাকিব নৈশ সান্ধ্যা আইন ।

নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ।

সভা-সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ লোকেহে অংশগ্ৰহণ কৰিব পাৰিব।ইয়াৰ উপৰিও লোৱা থাকিব লাগিব ভেকচিনৰ দুটা পালি ।

Exit mobile version