ভাৰতত অনুমোদন পালে দুটা টিকা আৰু এণ্টি-ভাইৰেল ঔষধে

4ibf66cs delhi covid

ক’ভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ কেন্দ্ৰ‌ই আজি দুটা টিকা আৰু এটা এণ্টি-ভাইৰেল ঔষধ অনুমোদন দিলে । দেশত অনুমোদন পোৱা দুটা টিকা হৈছে ক’ৰ্বাভেক্স আৰু ক’ভ’ভেক্স । এণ্টি-ভাইৰেল ঔষধ মলনুপিৰাভিৰ জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিব পাৰিব ।

Exit mobile version