সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সংবাদমেল

# অ’বিচি সন্মিলনীৰ দ্বাৰা প্ৰমাণ পত্ৰৰ নামত দহ বছৰে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন

# সন্মিলনীৰ সভাপতি অমৰ গগৈৰ বিৰুদ্ধে অ’বিচি প্ৰমাণ পত্ৰৰ ছিণ্ডিকেট চলাই থকাৰ গুৰুতৰ অভিযোগ

# প্ৰমাণ পত্ৰ প্ৰদানৰ নামত বৃহৎ ধনৰ লেনদেন চলিছে অ’বিচি সন্মিলনীৰ ভিতৰচৰাত

# ধনৰ বিনিময়ত ৰাজ্যৰ প্ৰতিখন জিলাত কোচ ৰাজবংশী বুলি শতাধিক অন্য জনগোষ্ঠীৰ লোকক প্ৰদান কৰিছে অ”বিচি প্ৰমাণ পত্ৰ

# অ’বিচি প্ৰমানপত্ৰ সন্মিলনীৰ সভাপতিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী কোচ ৰাজবংশী সন্মিলনীৰ

# অনা কোচ ৰাজবংশীক প্ৰমাণ পত্ৰ প্ৰদানেৰে জনগোষ্ঠীটোৰ লোকসকলক বঞ্চিত কৰাৰ অভিযোগ

#প্ৰমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব অ’বিচি সন্মিলনীৰ পৰা কৰ্তন কৰি কোচ-ৰাজবংশীৰ অভিভাৱক সংগঠন অসম কোচ ৰাজবংশী সন্মিলনীক প্ৰদানৰ দাবী

# ইতিমধ্যে প্ৰদান কৰা ভুৱা প্ৰমাণ পত্ৰবোৰ বাতিলৰ দাবী সন্মিলনীৰ

# কামৰূপ(ম) ,কামৰূপ , নলবাৰী, গোলাঘাট আৰু যোৰহাটত জোৰদাৰ ভাবে চলি এছ অমৰ গগৈৰ নেতৃত্বাধীন অ’বিচি সন্মিলনীৰ অবৈধ প্ৰমাণ পত্ৰ বেহা

# এটা ভুৱা পঞ্জীয়ন নম্বৰ উল্লেখ কৰিয়েই চৰকাৰক বিপথে পৰিচালিত কৰি আহিছে অ’বিচি সন্মিলনীয়ে ।

# অ’বিচি সন্মিলনীক তদন্তৰ আওতাত অনাৰ দাবী

Exit mobile version