প্ৰায় দুই হেজাৰ বছৰতকৈ অধিক সময় ধৰি মানুহে খোৱাৰ লগত কলাজিৰা গ্ৰহণ কৰি আহিছে । কালজিৰাৰ তেলো আমাৰ শৰীৰৰ বাবে নানা ধৰণে উপকাৰী । ইয়াত আছে প্ৰায় ২১ শতাংশ আমিষ,৩৮ শতাংশ শৰ্কৰা আৰু ৩৫ শতাংশ ভেষজ তেওঁ আৰু চৰ্বি ।
(১) কালজিৰাৰ তেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
(২) কলাজিৰাত থকা এন্টিমাইক্ৰৰিয়েল এজেন্ট শৰীৰৰ ৰোগ-জীৱাণু ধ্বংস কৰে। এই উপাদানৰ বাবে শৰীৰৰ সহজে ঘাঁ,ফোঁহা,সংক্ৰামক ৰোগ হ’বলৈ বাধা দিয়ে ।
(৩) পেটৰ বাবেও কালজিৰা বৰ উপকাৰী ।
(৪) চুলি পকা হ্ৰাস কৰা আৰু ছালৰ সুস্বাস্থ্য বজায় ৰাখিবলৈ কলাজিৰা অন্যতম শ্ৰেষ্ঠ উপাদান।
(৫) দাঁতৰ বিষ হ’লে কুহুমীয়া পানীত কালজিৰা দি কুলি কুলি কৰিলে দাঁতৰ বিষ কমে ।লগতে জিভা ,তালু আৰু দাঁতৰ গুৰিৰ জীৱাণু নাশ কৰে।