পূৰ্বৰ পৰিস্থিতি নিবিচাৰো

সম্ৰাট ডি'অন, অভিনেতা

1L6A5589

প্ৰথমে‌ ‘দৈনিক অগ্ৰদূত’ আৰু সমূহ দেশবাসীলৈ ম‌ই আগন্তুক নৱবৰ্ষৰ হিয়াভৰা শুভকামনা যাচিলো । আশা কৰো আগন্তুক বৰ্ষটো সকলোৰে ভালে-কুশলে যা‌ওক ।

বিগত দুবছৰ কৰ’না কালতেই পাৰ হ’ল । এতিয়া পুনৰ ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ প্ৰকোপ পৰিছে । সেয়ে সকলোৱে সতৰ্ক থাকক আৰু চৰকাৰে দিয়া ক’ভিড প্ৰ’ট’কল মানি চলক । কাৰণ আমি অহা বছৰটো পূৰ্বৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিবিচাৰো ।
সম্প্ৰতি ভাৰতৰ বহু ৰাজ্যত অ’মিক্ৰনৰ সংক্ৰমণ হৈছে । সেয়ে ভ্ৰমণ কৰিলে সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিব ।

Exit mobile version