Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

New Year According to the English Initials of the Name:​নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !

publisher by publisher
January 1, 2024
in Horoscope, India, New Year 2022, News
Reading Time: 2 mins read
0
New Year According to the English Initials of the Name:​নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

New Year According to the English Initials of the Name:​

সাধাৰণতে ৰাশিৰ আধাৰত সন্তানৰ নাম ৰখা হয় বিজ্ঞসকলৰ মতে নামৰ আদ্যাক্ষৰে নিৰ্ণয় কৰে ব্যক্তিৰ স্বভাব- চৰিত্ৰ সেই অনুযায়ী স্পষ্ট হয় জাতক-জাতিকাৰ ভাগ্য ।

ADVERTISEMENT

এ(A): নতুন বছৰত জীৱনলৈ নতুন প্রেম আহিব পাৰে। বছৰটোত নানান শাৰীৰিক সমস্যাও হ’ব পাৰে। খোৱা-লোৱাত সংযমী হোৱা প্রয়োজন। অৱশ্যে বছৰৰ মাজ ভাগত পৰিস্থিতি সলনি হ’ব। এটা কথা ঠিক যে নামৰ আৰম্ভণিতে ‘এ’ থাকিলে তেওঁলোক সাহসী আৰু আত্মবিশ্বাসী হয়। যিকোনো কাম-কাজতে তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিয়ে। তেওঁলোকৰ মগজু উদ্ভাৱনী শক্তিৰে সমৃদ্ধ। এ আদ্যাক্ষৰৰে আৰম্ভ হোৱা লোকসকলৰ স্বভাৱ-চৰিত্ৰ পানীৰ দৰে, যি পাত্ৰত ঢালি দিয়া হয় সেই পাত্ৰৰে আকাৰ লয়। এওঁলোক অতি সাহসী হোৱা বাবে কোনেও দমন কৰি ৰাখিব নোৱাৰে।

বি (B): বি আদ্যাক্ষৰৰে নাম আৰম্ভ হোৱা সংশ্লিষ্ট ৰাশিৰ লোকসকলে নতুন বছৰত ভালেমান গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিব। এনে সিদ্ধান্তসমূহৰ ভিতৰত বেছিভাগ ক্ষেত্ৰতে সাফল্য লাভ কৰিব। দুই-এটা ক্ষেত্রত সফলতা নাহিলেও হতাশ হোৱাৰ প্ৰয়োজন ৷
যিসকলৰ নাম ইংৰাজী বিৰে আৰম্ভ হোৱা তেওঁলোক প্রেমিক মনৰ মানুহ হয়। নিজৰ সংগীক ভালপোৱাৰে উপচাই ৰাখিব পাবে। কর্মক্ষেত্রত দায়িত্ব পালনৰ ক্ষেত্ৰত কোনো দিনে পিছহোঁহকি নাহিলেও এওঁলোকে মুৰব্বীৰ দ্বাৰা সামালোচিত হয়। তথাপি নিজৰ পৰিয়ালৰ কথা ভাবিতেওঁ কর্তব্য পালন কৰি যায়। বি আখৰেৰে আৰম্ভ হোৱা লোকসকলৰ এটা গুণ আছে যে তেওঁলোকে সন্মুখত থিয় হোৱা আন মানুহৰ মনৰ কথা সহজেই ধৰিব পাৰে।

চি (C):ইংৰাজী চি আখৰবে নাম আৰম্ভ হোৱা লোকসকলৰ নতুন বছৰটোত পাৰিবাৰিক অন্তৰ্কন্দল বৃদ্ধি পাব। আৰম্ভণিৰে পৰা কিছু সতর্ক থকা উচিত। ধন আৰু প্ৰেমৰ ক্ষেত্ৰত বছৰটোত ভাগ্য মধ্যমীয়া। অৱশ্যে বছৰৰ প্ৰথম ভাগত কিছু সুখেৰে জীৱন কটাব পাৰিব। তিনি সংখ্যাৰ যি গুণ আছে সেই গুণ চি বর্ণৰে আৰম্ভ লোকসকলৰ মাজত স্পষ্ট হয়। এওঁলোক মূলতঃ সৃষ্টিশীল কাম-কাজত নিজকে ব্যস্ত ৰাখে। যিকোনো গঠনমূলক কাম-কাজত জড়িত হৈ ভাল পায়। সামাজিক কাম-কাজত অগ্রণী ভূমিকা পালন কৰাৰ বাবে সকলোৰে আকৰ্ষণৰ কাৰণ হৈ পৰে।

ডি (D):নতুন বছৰটোত এওঁলোকলৈ প্ৰচুৰ ধনাগমন হ’ব পাৰে। অৱশ্যে বছৰৰ মাজভাগত সেয়া কিছু কমিব। আয় যিমানে বৃদ্ধি নহওঁক কিয় হাতত টকা। নাথাকিব। আয়ৰ লগতে ব্যয়ৰ মাত্রাও বৃদ্ধি পাব। খৰচৰ ক্ষেত্ৰত সংযমী হোৱা উচিত। নামৰ প্ৰথম বর্ণ ডি হ’লে এওঁলোকে লক্ষ্যত উপনীত হ’ব পৰাকৈ পৰিশ্ৰম কৰিব পাৰে। ব্যৱসায়ত এওঁলোকে সাফল্য লাভ কৰে। এই ব্যক্তিয়ে যদি কোনো বস্তু ল’ব বুলি ভাবে তেন্তে সেয়া এৰি নিদিয়ে। চাকৰিৰ ক্ষেত্ৰত এওঁলোকে উচ্চ পদ লাভ কৰে। আচলতে কোনো পৰিশ্ৰমলৈ এওঁলোকে ভয় নকৰে। পৰিয়ালৰ প্ৰতি যথেষ্ট টান থাকে। অৱশ্যে নিজকে প্রতিষ্ঠা কৰাৰ যুঁজত ব্যস্ত থকাৰ বাবে বিভিন্ন সময়ত স্বাৰ্থপৰৰ দৰে আচৰণ কৰে।

ই (E):নতুন বছৰটোত আপুনি নিজৰ প্ৰতি মনযোগ দিয়ক। অতি সাবধানে চলা- ফুৰা কৰাটো ভাল। কাৰোবাক বিশ্বাস কৰি ঠগ খোৱাৰ আশংকা আছে। ধন যোগ মধ্যমীয়া। অৱশ্যে পাৰিবাৰিক সুখক লৈ কোনো চিন্তা নাই। প্রত্যাহ্বানৰ মাজতো এওঁলোকে সময়ৰ কাম সময় মতে তথা নতুন উদ্যমৰে কৰি ভাল পায়। সংখ্যা তত্ত্ব অনুযায়ী পাঁচ সংখ্যাৰ লগত এওঁলোকৰ সম্পৰ্ক আছে। ব্যক্তিত্বৰ দিশেৰে এওঁলোক খুবেই কল্পনাপ্রবণ। এই বর্ণৰে নাম আৰম্ভ হোৱা লোকসকল অতি হৃদয়বান মানুহ হয়। তেওঁলোকে ভাল পাবও জানে, ভালকৈ ৰাখিবও জানে। অৱশ্যে ইয়াৰ উত্তৰ হিচাপে যিমান ভাল পোৱা আশা কৰে সেয়া লাভ নকৰে। সেয়েহে মাজে মাজে হতাশা আহে।

এফ (F): এফ বৰ্ণৰে নাম আৰম্ভ হোৱা লোকসকলৰ বাবে নতুন বছৰটো অতি সুখপ্রদ। নাম-যশস্যা, ধন সকলো লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত অলপ সাবধানে একা ভাল। নিজকে শান্ত কৰি ৰাখক, উত্তেজিত নহ’ব। এওঁলোকে শান্তিপূর্ণ পৰিৱেশ, ভাল পোছাক-পৰিচ্ছদ পৰিধান কৰাসকলৰ প্ৰতি আকৃষ্ট হয়। প্রকাশ নকৰিলেও এওঁলোক অতি ৰোমান্তিক। এওঁলোক অতি সহজ-সৰল মানুহ কোনো বিষয়কে জটিলভাবে ভাবিব নোৱাৰে। অত্যন্ত সহানুভূতিশীল আৰু আনৰ সমস্যা দেখিলে সমাধান কৰিবলৈ অগ্ৰসৰ হয়।

জি (G): নতুন বছৰটো সাৱধানে থাকক। চাকৰিয়ালসকলৰ ক্ষেত্ৰত বছৰটোৰ ফলাফল মধ্যমীয়া, কিন্তু ব্যৱসায়ীসকলৰ বাবে বছৰটো মন্দা। অবশ্যে তৎসত্ত্বেও তেওঁ যে অতি কষ্টৰ মাজেৰে থাকিব লাগিব সেয়া নহয়, হিচাপ কৰি খৰচ কৰিব লাগিব। ধনযোগ মধ্যমীয়া। ইয়াৰ মাজতো বছৰটোত এনে এক সফলতা লাভ কৰিব যাৰ বাবে সমগ্ৰ জীৱনৰ কষ্ট পাহৰি আনন্দিত হ’ব। ধৰ্মৰ পৰা এওঁলোকৰ নিষ্ঠা আৰু ভক্তি অপৰিসীম। কম বয়সত নহ’লেও মাজ বয়সৰ প্রতি ধৰ্মৰ প্ৰতি আকর্ষিত হয় আৰু এওঁলোক পৰোপকাৰী হয়। প্রেমক এওঁলোকে অতি পরিত্র গণ্য কৰে। ধন সম্পদৰ প্ৰতি এওঁলোকৰ বিশেষ লোভ নাথাকে, এওঁলোকে যিকোনো অন্যায়ৰ প্রতিবাদ কৰে। এওঁলোকৰ খং অতি বেছি।

এইছ (H): নতুন বছৰত নতুন আশা নকৰাই ভাল। খং, ৰাগ কমাই ৰাখিব। বিনা  দোষত বদনামৰ সম্ভাৱনা আছে। বিভিন্ন সময়ত পৰোপকাৰ কৰিলেও এওঁলোকে আনৰ পৰা প্রতিদান নাপাব। ধনযোগ মধ্যমীয়া। এওঁলোকে সৃষ্টিশীল কাম-কাজত জড়িত হয়। এই ইংৰাজী বৰ্ণটোৰ লগত আঠ সংখ্যাৰ সম্পৰ্ক আছে, যিয়ে সৃষ্টিশীলতা আৰু ক্ষমতা প্রকাশ কৰে। সকলো সময়তে সফলতা লাভ নকৰিলেও উৎসাহ কমি নাযায়। পৰিস্থিতিত পৰি এওঁলোক সফল ব্যৱসায়ী হ’ব পাৰে।

আই (1): ২০২৪ বর্ষটো অতি ভালে যাব। সৰু-সুৰা দুই এটা সমস্যা বাদ দি সমগ্র বছৰটো ধন আৰু যশস্যাৰ দিশেৰে অতি উত্তম। বছৰৰ মাজভাগত বিদেশ। ভ্ৰমণৰ সুযোগ আহিব পাৰে। হিচাপ কৰি চলক। বিবেকবান হোৱাৰ সূত্রে প্ৰতিটো বিষয় গভীৰভাৱে চিন্তা কৰে। আই বৰ্ণৰে নাম আৰম্ভ হোৱা লোক সকলোৰে দুখৰ সমভাগী হোৱাৰ লগতে দুখত পৰা লোকক সকাহ দিবলৈ সকলো ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হয়। এনে লোকৰ ওপৰত চকুমুদি নিৰ্ভৰ কৰিব পাৰে। এওঁলোকে কাৰো পৰা প্ৰতিদান আশা নকৰে। সহানুভূতিৰ লগতে বুদ্ধিমত্তাৰ বাবে এওঁলোকে সকলোৰে আস্থা অর্জন কৰে।

জে (J): যি লক্ষ্য সন্মুখত লৈ আগবাঢ়িছে নতুন বছৰটোত তাৰ পৰা তিলমানো বিচলিত নহ’ব। জে বৰ্ণৰে নাম আৰম্ভ হোৱা লোকসকলৰ মনোবল কোনোদিনে ভাঙি নপৰে। এওঁলোকৰ বাবে বছৰটোত ধনাগমন ঘটিব। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ বাবে বছৰটো মধ্যমীয়া। এই বৰ্ণৰে নাম আৰম্ভ হোৱা লোকসকলে যি পদতে কার্যনির্বাহ নকৰক কিয়, এওঁলোকৰ হাতত সকলো সময়তে ক্ষমতা থাকে। সকলো সময়তে এওঁলোকে প্রভাৱ বিস্তাৰ কৰিব পাৰে। কেতিয়াবা ভুল পদক্ষেপ ল’লেও সেয়া অতি কম। এওঁলোকৰ বাবে ক্ষমতা নিজৰ ছাঁটোৰ দৰে। এওঁলোকৰ মাজত শিল্পী সুলভ মনো থাকে। অবশ্যে তাৰ মাজতো কেতিয়াবা আলস্যতাই এওঁলোকক আৱৰি ধৰে, ফলত কাম-কাজত অসুবিধাৰ সন্মুখীন হয়।

কে (K): নতুন বছৰটো অতি সুখেৰে অতিবাহিত হ’ব। বিশেষকৈ ধনযোগ অতি শক্তিশালী। অৱশ্যে এই বছৰটোৰ শেষভাগত বদনামৰ সন্মুখীন হোৱাৰ যোগ- আছে, তাৰ বাবে সতর্ক থকা উচিত। ইংৰাজী কে বৰ্ণৰে আৰম্ভ হোৱা নামৰ গৰাকীসকলে যিকোনো পৰিস্থিতিতে সমতা ৰক্ষা কৰি চলে। এওঁলোক বৰ জেদী। যিকোনো বিপদত পৰিলেও তেওঁলোকে তাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়। চাৰিওফালে থকা লোকসকলক প্রভাৱিত কৰিব পাৰে এওঁলোকে। কোনো স্থানত অশান্তিৰ সৃষ্টি হ’লে তাত শান্তি স্থাপন কৰিবলৈ এওঁলোক আগুৱাই আহে। আন যিকোনো ভাল কাম-কাজত জড়িত হ’ব বিচাৰে। অৱশ্যে তাৰ বাবে কেতিয়াবা বদনামৰ ভাগী হয় যদিও তেওঁক কোনো ক্ষতি কৰিব নোৱাৰে।

এল (L): ২০২৪ বর্ষটো ভাল-বেয়াৰ মাজেৰে অতিবাহিত হ’ব। কেতিয়াবা বৃহৎ প্রত্যাহ্বানো আহিব পাৰে। তেতিয়া দৃঢ় মনেরে আগবাঢ়ি যাব। ধনযোগ মধ্যমীয়া। জীৱনলৈ নতুন প্রেম অহাৰ সুযোগ কম। অৱশ্যে সাংসাৰিক সুখ বিঘ্নিত নহয়। এওঁলোকে দান কৰি ভাল পায়। কাৰোবাৰ দুখ-কষ্ট দেখিলে আগুৱাই যায়। কর্তৃপক্ষৰ প্ৰয়োজনত এওঁলোকে কর্তব্যৰ ক্ষেত্ৰত সৰ্বস্ব উজাৰি কাম কৰে। এওঁলোকৰ মনত সৃষ্টিৰ আকাংক্ষা গঢ়ি উঠে। সকলো ক্ষেত্রতে তেওঁলোকে আগ্রহ প্রদর্শন কৰে, সকলো শিকিব চেষ্টা কৰে। ব্যৱসায় বা চাকৰিত এওঁলোকে নতুন কিবা কৰি দেখুৱাব বিচাৰে। অৱশ্যে পৰিস্থিতিৰ স’তে তেওঁলোকে নিজকে সলনি কৰে। আনক হঁহুৱাই ৰাখি ভাল পায়। অৱশ্যে আনৰ বাবে অধিক ব্যস্ত থকাৰ বাবে পৰিয়ালৰ প্ৰতি অৱহেলাৰ অভিযোগ থাকিব।

এম(M): এই বছৰটোৰ প্ৰতিটো দিনেই চম্ভালি পাৰ কৰিব লাগিব ৷ বেছি অপ্ৰিয় কথা নোকোৱাই ভাল ৷ঘৰৰ অশান্তিয়ে বাহিৰৰ কাম-কাজত প্ৰভাৱ পেলাব পাৰে ৷ ধনযোগ আৰু সুনাম অতি ভাল। এওঁলোকে কিবা দায়িত্ব পালে সেই কাম কৰিহে এৰিব। অতি দৃঢ় মনৰ মানুহ এওঁলোক। অতি কামৰ মানুহ। নিয়মানুবর্তিতাৰ ক্ষেত্রত মুঠেও হীনডেঢ়ি নকৰে। বাধ্যবাধকতাৰ জীবন পছন্দ নকৰে। অৱশ্যে তেওঁৰ সততাক লৈয়ো কোনেও প্রশ্ন নকৰে।

এন (N): নতুন বছৰৰ আৰম্ভণি বৰ সুখকৰ নহ’ব। গোটেই বছৰটো সৰু-সুৰা শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব। গতিকে নিয়ম মানি খাদ্য গ্রহণ কৰাটো প্রয়োজন। ধনযোগ মধ্যমীয়া। এওঁলোকে স্বাধীনতাবোধ আৰু কল্পনা কৰি ভাল পায়। এওঁলোক সকলো সময়তে কর্ম তৎপৰ নহয়। অবশ্যে এওঁলোক সাহসী। কোন সময়ত তেওঁ কি কাম কৰিব সেয়া তেওঁৰ বাদে আন কোনেও সহজে বুজি নাপায়। অতি স্পষ্টবাদী মানুহ হোৱাৰ সূত্রে সকলো কথা খোলা-খুলিকৈ ক’বলৈ ভাল পায়। নিজৰ মূল্যবোধৰ প্ৰতি সদা সচেষ্ট থাকে এওঁলোক।

ও (0) : নতুন বছৰটো এওঁলোকৰ বাবে অতি সুখকৰ। জীৱনলৈ নতুন প্ৰেমৰ আগমনৰ লগতে ধনযোগো অতি উত্তম। খ্যাতি অর্জন কৰিব পাৰিব। বিচাৰিলে ৰাজনীতিত যোগ দিব পাৰে। আনৰ প্ৰতি ভালপোৱা, যত্ন তথা আদৰৰ বাবে সকলোকে নিজৰ কৰি ল’ব পাৰে। এওঁলোকৰ কৌতূহল অতি বেছি; কিন্তু ইয়াৰ ফলত তেওঁলোকে সম্ভাবনাময়ী গবেষক হৈ উঠিব নোৱাৰে। ন্যায়বোধৰ ক্ষেত্ৰত এওঁলোক অতি আগ্রহী। যিকোনো বিষয়তে এওঁলোকে নিজকে স্বচ্ছ আৰু নিকা কৰি ৰখাত গুৰুত্ব দিয়ে।

পি (P): নতুন বছৰটো এওঁলোকে বৃহৎ প্রাপ্তিৰ আশা আছে, সেয়া সংসাৰৰ ক্ষেত্ৰতো হ’ব পাৰে, কর্মক্ষেত্ৰতো হ’ব পাৰে। হঠাতে হাতলৈ ধন আহিব। নতুন প্রেম আহিলেও আচৰিত নহ’ব। আধ্যাত্মিকতা বাঢ়িব। নীতিৰ বাহিৰত যাব নোখোজে। এওঁলোক ভাল বক্তা। জীৱনত মাত্রাধিক ভোগ-বিলাস পছন্দ নকৰে। সকলোৰে লগত কেনেকৈ সু-সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে সেয়া ভালকৈ জানে। খুহুটীয়া কথাৰে সকলোকে ইঁহুৱাই ৰাখিব পাৰে। পৰিশ্ৰমৰ বাবে ধনৰ উপাৰ্জনো বাঢ়িব। উপার্জিত ধন সঞ্চয় কৰিব পাৰিব। বিনিয়োগৰ পৰাও ভাল লাভ আশা কৰিব পাৰি।

কিউ (Q): নতুন বছৰটো এওঁলোকৰ জীৱনত সুখ আৰু দুখৰ অহা-যোৱাটো চলিয়েই থাকিব। অবশ্যে তাকে লৈ বছৰটোত কোনো চিন্তাৰ বিশেষ কাৰণ নাই। অতি ভাল নহ’লেও বর্তমান যেনেকৈ আছে তেনেকৈয়ে জীবন-যাত্রা অব্যাহত থাকিব। হতাশাৰ কোনো কাৰণ নাই। ধনযোগ মধ্যমীয়া। এওঁলোকে জন্মসূত্রে ধন সম্পত্তিৰ গৰাকী হৈ আহে। এওঁলোকৰ মাজত এক নিজস্বতা থাকে। অতি বুদ্ধিমান আৰু মেধাবী। দায়িত্ব লৈ এওঁলোকে কাম কৰিব পাৰে আৰু এওঁলোকৰ ইচ্ছা শক্তিও প্রৱল।

আৰ (R): নতুন বছৰত ধনাগম হ’লেও যশ, খ্যাতি নাপাব। প্ৰেমৰ ক্ষেত্ৰতো বছৰটো খুব আশাব্যঞ্জক নহয়। খৰচক লৈ সতর্ক থকা উচিত। হিচাপ নাৰাখিলে মাজে মাজে বিপদত পৰিব। এই বৰ্ণৰ নামৰ মানুহৰ ভালেমান ইতিবাচক চাৰিত্ৰিক বৈশিষ্ট্য থাকে। সাধাৰণতে এওঁলোক, সহ্যসহিষ্ণু। জ্ঞানৰ ক্ষেত্ৰত বিচৰণ কৰিবলৈ ভাল পায়। সকলোতে জনাৰ আগ্রহ। সেইবাবে জীৱনত প্রতিষ্ঠাও লাভ কৰে। অৱশ্যে কূটনীতি নাজানে এওঁলোকে, সেয়েহে বিভিন্ন সময়ত এখোজ দি দুখোজ পিছুৱাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয়।

এছ (S): নতুন বছৰটো এওঁলোকৰ বাবে অতি উত্তম। জীৱনলৈ সুখৰ আগমন ঘটিব। সকলো ক্ষেত্রত নহ’লেও কোনো এটা ক্ষেত্রত হ’লেও সফলতাৰ শীর্ষস্থানত আৰোহণ কৰিব। বছৰটোত ধনযোগ অতি উত্তম। অৱশ্যে নতুন প্ৰেমৰ ক্ষেত্ৰত হতাশ হ’ব পাৰে, আহিলেও স্থায়ী নোহোৱাৰ সম্ভাবনাই বেছি। এওঁলোক কিবা এটা কৰাৰ বাবে অতি আগ্রহী। অনবৰতে নিজৰ মনত কিবা এটা কৰাৰ ভাৱনা থাকে। সকলো ক্ষেত্রতে তেওঁলোকে এক নম্বৰ হ’ব বিচাৰে, সেয়েহে মাজে মাজে হতাশ হয়। এওঁলোক অতি আত্মনিৰ্ভৰ। নিজৰ কাম নিজেই কৰটো পছন্দ কৰে। সকলোৰে পৰামৰ্শ লয় কিন্তু নিজৰ মতেহে কাম কৰে।

টি (T): নতুন বছৰটো অতি কিবা ভাল হ’ব বুলি আশা নকৰাই ভাল। যেনেকৈ চলি 1 আহিছে তেনেকৈয়ে চলি যাব বছৰটো। অতি বেয়াও নহ’ব। এওঁলোক অতি – শান্তিপ্রিয় মানুহ। যিকোনো বিবাদ এৰি চলিব বিচাৰে। নিজৰ মতে চলি ভাল – পায়। এওঁলোকে যিকোনো পৰিৱেশত নিজক খাপ খুৱাব পাবে। নিজৰ কাম- – কাজৰ ক্ষেত্ৰত সদায় সততা বৰ্তাই ৰাখে। কাৰো দ্বাৰা এওঁলোক প্ৰভাৱিত নহয়।

ইউ (U): বছৰৰ মাজ ভাগৰ পৰা দিন ভাললৈ আহিব। ধনস্থান মধ্যম। বছৰৰ শেষ ভাগত সৰু-সুৰা ৰোগত আক্রান্ত হ’ব পাৰে। সাবধানে থকা উচিত। কথা-বতৰা কোৱাৰ ধৰণৰ উপৰি এওঁলোকৰ আকর্ষণ ক্ষমতা অতি বেছি। এওঁলোকে যিকোনো মানুহকে নিজৰ আপোন কৰি ল’ব পাবে। এওঁলোকে সকলো সময়তে বিলাসিতা পছন্দ কৰে। ৰন্ধা-বঢ়া, ছবি আঁকা আদিৰ প্ৰতি এওঁলোকৰ আকৰ্ষণ অতি বেছি।

ভি (V): নতুন বছৰটো ভালকৈ অতিবাহিত হ’ব। ধন, প্রেম, খ্যাতি সকলো লাভ কৰিব। বছৰটো সৰু-সুৰা দুৰ্ঘটনাৰ আশংকা আছে। সাবধানে আৰু সতর্ক থকাটো বাঞ্ছনীয়। ভি বৰ্ণৰে নাম আৰম্ভ হোৱা লোকসকল অতি পৰিশ্রমী, কোনো ক্ষেত্রতে তেওঁলোক ক্লান্ত নহয়। আচলতে নিজৰ ভাগৰুৱা মনোভাব প্রকাশ কৰিব নোখোজে। যিকোনো গঠনমূলক কাম-কাজত নিজকে জড়িত কৰিব খোজে।

ডব্লিউ (W): চাৰিত্ৰিক দিশেৰে এওঁলোক স্বাধীনচিতীয়া মনৰ মানুহ। এওঁলোক শিল্পী সুলভ মনৰ গৰাকী। এওঁলোকে সকলোকে আনন্দিত কৰি ৰখাত ব্যর্থ হয়। অৱশ্যে তেওঁলোকৰ কোনো দুখ নাথাকে। নিজৰ সুখ আৰু নিজে ভালে থকাটোকে এওঁলোকে অগ্রাধিকাৰ দিয়ে। এওঁলোকৰ বাবে নতুন বছৰটো মুঠেও সুখকৰ নহয়। বিভিন্ন দিশৰ পৰা বাধা আহিব পাৰে। অতিৰিক্ত ধনাগমৰ পথ প্রায় বন্ধ।

এক্স (X): এই বৰ্ণৰে আৰম্ভ হোৱা নামৰ লোকসকল অতি জেদী স্বভাৱৰ হয়। নিজৰ মতে চলিব বিচাৰে। এওঁলোক অতি উচ্চাকাংখী হয়। চাৰিওফালে থকা লোকসকলকো নিজৰ দৰে কাম-কাজ শিকাটো পছন্দ কৰে। সকলোৰে ওপৰত নিজৰ মতামত জাপি দিব বিচাৰে। ধনক লৈ এই বছৰটোত চিন্তা থাকিব পাৰে। কিয়নো উপার্জন বৃদ্ধি নাপালেও খৰচ বাঢ়িব। ভাৰসাম্য বৰ্তাই ৰাখিবলৈ গৈ, ব অসুবিধাৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে বছৰটোত তেওঁলোকৰ সুনাম অক্ষুণ্ণ থাকিব।

ৱাই (Y): ৱাই বৰ্ণৰে নাম আৰম্ভ হোৱা লোকসকল আনতকৈ পৃথক। এওঁলোকে বে আনক কর্কশ মাত মাতিব পাৰে। নিজৰ কামত কোনো ধৰণৰ বাধা সহ্য কৰিব নোৱাৰে। সেয়েহে এওঁলোকৰ স’তে বিভিন্নজনৰ সম্পৰ্ক অতি তিক্ত। অনবৰতে সত্য প্রতিষ্ঠাৰ বাবে চেষ্টা কৰে। বাহিৰত দেখাত কঠিন হ’লেও ভিতৰি এওঁলোকৰ অন্তৰ কোমল। বছৰটো মিশ্রিত ফলাফলেৰে পাৰ হ’ব। এনে সুযোগ আহিব পাৰে যি কথা কল্পনাই কৰা নাই। অবশ্যে কোনো কোনো ক্ষেত্রত হতাশো য়। হ’ব পাৰে। হাতলৈ অহা কোনো বস্তু কাৰোবাৰ বাবে হেৰুৱাব পাৰে।

জেদ (Z): ইংৰাজী বৰ্ণমালাৰ শেষৰটো অক্ষৰৰে যিসকলৰ নাম আৰম্ভ হৈছে তেওঁলোকে বছৰটো সুখেৰে অতিবাহিত কৰিব পাৰিব। চাৰিওকাষৰ মানুহৰ মাজত তেওঁৰ সমাদৰ যিদৰে বৃদ্ধি পাব ঠিক তেনেকৈ সামাজিক ক্ষেত্ৰতো সুনাম অর্জন কৰিব পাৰিব। ধনযোগ সন্তোষজনক। সংখ্যাতত্ত্ব অনুযায়ী এওঁলোকে ব্যস্ত কোনো বিষয়ত গ্ৰহণ কৰা বদ্ধমূল ধাৰণাৰ বাস্তৱত ৰূপায়িত কৰিব বিচাৰে। কেতিয়াবা সফল হয় যদিও বহু সময়ত বিফল হয়। তথাপি তেওঁলোকে এৰি নিদিয়ে। নিজৰ ৰূপক লৈ অতি সচেতন এওঁলোক। প্রতিটো ক্ষেত্রতে শান্তি কথা বৰ্তাই ৰখাটো এওঁলোকে পছন্দ কৰে। বন্ধুবর্গকো সদায় উচিত পৰামৰ্শ দিয়ে। এবাৰ কাৰোবাক কথা দিলে তাৰ হেৰফেৰ নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: English Initials of the NameHoroscopeNew Year According
publisher

publisher

Related Posts

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
International

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d