COVID-19 : ক’ভিড আপডেট

20210411 DLI AKS MN Covid Testing 17 1618173676584 1618369361661

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২৭,৫৫৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.৫৫ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪৮,৮৯,১৩২ জন ।

● ইতিমধ্যে ৪,৮১,৭৭০ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ২৮৪ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৬৮,০০,৭১,৪৮৬ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১০,৮২,৩৭৬ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ১,৪৫,৪৪,১৩,০০৫ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ২৫,৭৫,২২৫ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version