Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Chinese garlic is filling the Dhing market:চীন দেশৰ নহৰুৱে ভৰিছে ধিং বজাৰ

কুম্ভকর্ণ নিদ্রাত নগাঁও জিলা যোগান বিভাগ

publisher by publisher
November 27, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Chinese garlic is filling the Dhing market:চীন দেশৰ নহৰুৱে ভৰিছে ধিং বজাৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

Chinese garlic is filling the Dhing market:

নিত্যব্যৱহার্য খাদ্য সামগ্ৰীৰ লগতে কেঁচা শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাজ্যৰ জনসাধাৰণক জুৰুলা কৰি অহাৰ সময়তে ধিঙত চীনা নহৰুৱে বিপর্যস্ত কৰি তুলিছে স্বাভাবিক জীবন প্রণালী। চীনা নহৰু এতিয়া ভৰি পৰিছে ধিং বজাৰ। বিগত কিছুদিন ধৰি এক অসাধু ব্যৱসায়ীৰে মধ্যভোগী দালালৰ সহযোগত এক নেক্সাচ গঢ়ি গ্ৰাহকৰ মূৰত ৰামটাঙোন শোধাই বৃহৎ মুনাফা লাভ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে।

ADVERTISEMENT

বজাৰখনত নাই থলুৱা নহৰু। চীনা নহৰুকে থলুৱা নহৰু বুলি গ্রাহকক আভুৱা ভাঁৰ প্রতি কিলোগ্রাম নহৰু ২৬০ টকা দৰত বিক্ৰী কৰি মুনাফা আদায় কৰি আহিছে এই অসাধু চক্রটোরে। যাৰ বাবে গ্রাহক এতিয়া বিবুধিত পৰি দিক-বিদিক হেৰুৱাব লগা হৈছে যদিও কিন্তু নীৰৱ নগাঁও জিলা যোগান বিভাগ অথবা নগাঁও জিলা প্রশাসন। সকলো দেখি শুনিও সকলো যেন এতিয়া কুম্ভকর্ণ নিদ্রাত।

উল্লেখ্য যে একাংশ ব্যৱসায়ীয়ে মেঘালয়ৰ পৰা দৈনিক সৰবৰাহ কৰিছে চীনত উৎপাদিত এই সমূহ নহৰঃ । ইয়াৰ পাছত ধিং বজাৰত একাংশ দালালক মেনেজ কৰি চীনা নহৰৰ এক ৰমৰমীয় ব্যৱসায় এই অসাধু চক্রটোবে চলাই অহাৰ গুৰুতৰ অভিযোগ উঠিছে। কেৱল নহৰুৱে নহয়, ধিং বজাৰত এতিয়া প্রতিবিধ শাক- পাচলিয়ে হাইব্রীড। প্রতিবিধ ফচলেই অতিমাত্ৰা ৰাসায়নিক সাৰ প্রয়োগ কৰি উৎপাদিত। যি মানৱ শৰীৰৰ বাবে অতি ক্ষতিকাৰক।

আনহাতে, সামাজিক মাধ্যমত চীনা নহৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি ব্যাপক চর্চা চলি থকাৰ সময়তে সেই বিষয়ে জ্ঞাত নোহোৱাকৈ অবাধে বজাৰত বিক্ৰী হৈ আছে চীনা নহৰু। বিশেষকৈ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ধিঙৰ লগতে দাঁতিকাষৰীয়া প্ৰায়বোৰ বজাৰত এতিয়া সুলভ হৈ পৰিছে চীনা নহৰু। নগাঁও জিলা যোগান বিভাগে চীনা নহৰ বিক্ৰীৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chinese garlic is fillingDhing marketNagaon
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d