Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Devendra Fadnavis is on track to become the Cm of Maharashtra;মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত ফাড়নবিছৰ !

প্ৰধানমন্ত্ৰীক নিশ্চিত দিলে সিন্দেই, অহা সপ্তাহত মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব

publisher by publisher
November 27, 2024
in India, News
Reading Time: 2 mins read
0
Devendra Fadnavis is on track to become the Cm of Maharashtra;মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত ফাড়নবিছৰ !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Devendra Fadnavis is on track to become the Cm of Maharashtra:

সকলো থিকে থাকিলে অহা সপ্তাহত মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। বিজেপিৰে মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত দিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই ৷ অৱশ্যে এতিয়াও ঘোষণা কৰা হোৱা নাই মুখ্যমন্ত্ৰীৰ নাম ৷

ADVERTISEMENT

উল্লেখ্য যে,দেশৰ দ্বিতীয় বৃহত্তম ৰাজ্য খনৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপি মহাযুটিয়ে কংগ্ৰেছ নেতৃত্বাধীন মহা আঘাড়ীক শোচনীয়ভাৱে পৰাভূত কৰিছিল ৷ মুঠ ২৮৮ খন আসনৰ ১৩২ খন লাভ কৰি বিজেপি সৰ্ব বৃহৎ দল ৰূপে বিবেচিত হয় ৷আনহাতে শিৱসেনাই ৫৬,এনচিপিয়ে ৪১ খন পোৱাৰ বিপৰীতে মহা আঘাড়ীৰ শিৱসেনা(ইউবিটি)২১, এনচিপি(শৰত পাৱাৰ)১০,কংগ্ৰেছ ১৪ আৰু অনান্যই ১০ খনতে সীমাবদ্ধ থাকে ৷

deben 2বিজেপি মহাযুটিয়ে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাতকৈ বহু অধিক আসন লাভ কৰিলে যদিও মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব এই বিষয়ক লৈ দল তিনিটাৰ একমত হ’ব পৰা যোৱা পাঁচদিন ধৰি ৷ বিহাৰৰ ফৰ্মলাৰে মুখ্যমন্ত্ৰী আসনত সিন্দেক দিয়াৰ দাবী শিৱসেনাৰ বিধায়কৰ ৷ইয়াৰ বিপৰীতে সৰ্ববৃহৎ দল ৰূপে বিজেপিৰ বিধায়ক বৰ্গই ফাড়নবিছকে বিচাৰে ৷আনহাতে এনে ঘটনাক্ৰমৰ মাজতে এন চিপিৰ মুৰব্বী অজিত পাৱাৰে ফাড়নবিছ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে ৷ এনে প্ৰেক্ষাপটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব ৷ ইয়াকে লৈ অব্যাহত থকা তীব্ৰ উৎকণ্ঠাৰ মাজতে গোটেই বিষয়টো এতিয়া প্ৰধানমন্ত্ৰীৰ কৰ্টত ৷

উল্লেখ্য যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ফাড়নবিছকে মুখ্যমন্ত্ৰী পতাৰ ইংগিত দিছে যদিও, বিতৰ্কৰ সূত্ৰপাত নঘটিবলৈকে মহাযুটিয়ে মুখ্যমন্ত্ৰীৰ নাম ঘোষণাত সময় লৈছে। লক্ষণীয়ভাবে বিজেপি কৰ্মকৰ্তাই ২০২২ চনৰে পৰা ফাড়নবিছক মুখ্যমন্ত্ৰী পতাৰ দাবী তুলি আহিছে। কিন্তু ২০২২ত বিজেপিৰে শিৱসেনাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত একনাথ সিন্দেই লোৱা ভূমিকাৰ বাবে বিজেপি শীৰ্ষ নেতৃত্বই সিন্দেক মুখ্যমন্ত্ৰীৰ পদেৰে সন্মানিত কৰিলে। কিন্তু এইবাৰ বিধান সভাৰ আসনৰ দিশৰ পৰা ১৩২খন আসনেৰে বিজেপি বহু শক্তিশালী।

ইফালে বিজেপি সূত্ৰই অহা সপ্তাহত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি ইংগিত দিছে যদিও এতিয়াও মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হোৱা নাই। এনে ৰাজনৈতিক ঘটনাক্ৰমৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে বিজেপিয়ে পৰ্যবেক্ষক কমিটি গঠন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱো থকা এই পৰ্যবেক্ষক কমিটিয়ে দুই এদিনতে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব। পৰ্যবেক্ষক কমিটিখন বৃহস্পতিবাৰে নিশা বা শুকুৰবাৰে পুৱাৰ ভাগতে মুম্বাইত উপস্থিত হ’ব।

deven 3শেহতীয়া খবৰ অনুসৰি শিৱসেনাৰ মুৰব্বী সিন্দেই দেবেন্দ্র ফাড়নবিছ মুখ্যমন্ত্রী হ’লে আপত্তি নাই বুলি আশ্বাস দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ ফাড়নবিছকে শিৱসেনাই মানি ল’ব ৷ অৰ্থাৎ মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত হ’ল দেবেন্দ্ৰ ফাড়নবিছৰ ৷ ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই গঠন কৰি দিয়া কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পৰ্যবেক্ষক কমিটিয়ে মুম্বাইত উপস্থিত হৈ শিৱসেনা -এনচিপিৰ দুই মুৰব্বী একনাথ সিন্দে আৰু অজিত পাৱাৰৰ স’তে মতবিনিময় কৰি মাত্ৰ আনুষ্ঠানিকতাহে ৰক্ষা কৰিব ৷  অশ্বিনী বৈষ্ণৱে আনুষ্ঠানিকতা ৰক্ষা কৰি মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী ৰূপে দেবেন্দ্ৰ ফাড়নবিছৰ নামকে ঘোষণা কৰাটো নিশ্চিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Devendra Fadnavis is on track to become the CmMaharashtra New CmNcp Chief Ajit Powerss Chief Eknath Shinde
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d