Naredra Modi: যানজঁটৰ বাবে ২০ মিনিট আৱদ্ধ হ’ল প্ৰধানমন্ত্ৰী মোদী

1641378525 modi

যান-জঁটৰ বাবে নিজৰ গন্তব্যস্থানত উপস্থিত হ’ব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পাঞ্জাৱৰ এক কাৰ্যসূচীত অংশ লবলৈ যোৱা সময়ত মাজ ৰাস্তাত এখন দলঙত ১৫-২০ মিনিট আৱদ্ধ হ’ল প্ৰধানমন্ত্ৰীৰ কনভয় ।

তাৰ পৰাই কনভয়ত পুনৰ বিমানবন্দৰলৈ উভতি আহিব লগা হ’ল মোদী। তথ্য অনুসৰি, প্ৰতিবাদকাৰীৰ এটা দলে মোদীৰ যাত্ৰাত পথ অৱৰোধ কৰে। কিন্তু  প্ৰতিবাদৰ কাৰণ প্ৰধানমন্ত্ৰী নহয় ।

Exit mobile version