কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা

cf2a8fba ca24 4e4c b5a2 b8b7124fb147

কেবিনেটত অসম-মেঘালয় সীমা সমস্যাক লৈ আলােচনা ।

ছয়টা সীমা বিবাদ নিষ্পত্তিৰ সিদ্ধান্ত কেবিনেটত ।

গৃহমন্ত্রী অমিত শ্বাহক অৱগত কৰিব কেবিনেটৰ সিদ্ধান্ত ।

পৰৱর্তী কেবিনেট অনুষ্ঠিত হ’ব শিলচৰত হাফলঙত ঘােষণা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

শিলচৰত স্থাপন হ’ব অসমৰ দুখন চিৰিয়াখানা ২৪০ কোটি ব্যয় কৰি নিৰ্মাণ কৰিব অসম চৰকাৰে ।

Exit mobile version