হাফলং জিলা অসামৰিক চিকিৎসালয়ত অক্সিজেন প্ৰকল্প উদ্বোধন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত হাফলং জিলা অসামৰিক চিকিৎসালয়ত পিএম কেয়াৰ পুঁজিৰ অধীনত অনুমোদিত এক মেট্ৰিক টন ক্ষমতাৰ এটা অক্সিজেন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ডিমা হাচাওবাসীৰ সেৱাত উৎসৰ্গা কৰে ।

ADVERTISEMENT
Exit mobile version