কৰ’নাৰ ফলত কোকৰাঝাৰ জিলাৰ আফলাগাও বেলগুৰী গাওৰ বড়ো ভাষাৰ যাত্ৰা পালাৰ শিল্পী, কলা কুশলীয়ে এতিয়া আৰ্থিক দুৰৱস্তাত ভূগিব লগীয়া হৈছে । দীৰ্ঘ দিনৰ পৰা যাত্ৰা পালা বন্ধ হৈ থকাত এই শিল্পী , কলা কুশলী সকলৰ অৱস্থা পানীত হাহ নচৰা হৈ খোৱা খাদ্যৰ লগতে সকলোতে অভাৱ অনাটনত ভূগিছে । মহামাৰী কৰোনাই বিগত দুটা বছৰত কাল ৰূপ ধাৰন কৰাত চৰকাৰে জাৰি কৰিছে এছঅপি। এই এছঅপিক মানি সৰ্বসাধাৰন ৰাইজেও অনুষ্ঠিত কৰা নাই মেলাৰ অনুষ্ঠান ।যাৰ ফলত যাত্ৰা পালা গান সমুহ বন্ধ হৈ থাকিব লগীয়া হৈছে । এই যাত্ৰা পালা গান সমুহ বন্ধ হৈ থকাত দুচিন্তাত দিন কটাবলগীয়া হৈ পৰাত অসম চৰকাৰ আৰু বিটিছি চৰকাৰৰ ওচৰত আৰ্থিক অনুদান বিচাৰিছে কোকৰাঝাৰ জিলাৰ যাত্ৰা পালাৰ শিল্পী সমাজে ।
কভিডৰ ফলত কোকৰাঝাৰত যাত্ৰা পালাৰ কলা কুশলীৰ দুৰৱস্তা
চৰকাৰলৈ আৰ্থিক সহায়ৰ আহ্বান শিল্পী সমাজৰ
-
By publisher

- Categories: COVID-19, Culture
- Tags: Assam covid 19Assam theatre
Related Content
মোডীৰ স'তে সাক্ষাৎ কৰাৰ পূৰ্বে কৰিব লাগিব RT-PCR, নির্দেশ মন্ত্রীসকলক
By
publisher
June 11, 2025
ভাৰতত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ , সক্ৰিয় ৰোগী ৬৪৯১, উদ্বেগ বাঢ়িছে কেৰালা আৰু গুজৰাটত
By
publisher
June 10, 2025
Covid India latest Update:দেশত বাঢ়িছে কৰ'নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
By
publisher
June 6, 2025
Gamusa:গামোচাৰ মূল্য ২৫ হেজাৰ !
By
publisher
February 10, 2025
Saraswati Puja:বাকদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ
By
publisher
February 3, 2025