চিৰাং জিলাৰ বিজনীৰ উলুবাৰীত উলুবাৰী হাই স্কুলৰ সোনালী জয়ন্তী উদযাপনৰ আজি অন্তিম দিন দেওবাৰে উলিওৱা হয় এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিটিচিৰ সচিব নৰেন চন্দ্ৰ বসুমতাৰীয়ে। বিদ্যালয়ৰ প্ৰাংগণৰ পৰা উলিওৱা এই শোভাযাত্ৰাত নৌকা খেল , দৰা কইনা , নামৰ দল , বিহু দল , চাওতালী নৃত্য দল সহ বৃহত্তৰ উলুবাৰী অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰি সমগ্ৰ উলুবাৰী অঞ্চল পৰিভ্ৰমণ কৰে। উল্লেখ্য যোৱা ২১ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ।
Chirang Golden Jubilee Ulubari high school cultural rally
-
By publisher

- Categories: Assam, News
- Tags: Assamchirang asaam
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025