চিৰাং জিলাৰ বিজনীৰ উলুবাৰীত উলুবাৰী হাই স্কুলৰ সোনালী জয়ন্তী উদযাপনৰ আজি অন্তিম দিন দেওবাৰে উলিওৱা হয় এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিটিচিৰ সচিব নৰেন চন্দ্ৰ বসুমতাৰীয়ে। বিদ্যালয়ৰ প্ৰাংগণৰ পৰা উলিওৱা এই শোভাযাত্ৰাত নৌকা খেল , দৰা কইনা , নামৰ দল , বিহু দল , চাওতালী নৃত্য দল সহ বৃহত্তৰ উলুবাৰী অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰি সমগ্ৰ উলুবাৰী অঞ্চল পৰিভ্ৰমণ কৰে। উল্লেখ্য যোৱা ২১ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ।
Chirang Golden Jubilee Ulubari high school cultural rally
-
By publisher

- Categories: Assam, News
- Tags: Assamchirang asaam
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026