সমাজবাদী পাৰ্টিত যোগদান ভাৰতৰ সবাতোকৈ ওখ ব্যক্তিজনৰ

r4fd1mtg dharmendra pratap

ভাৰতৰ সবাতোকৈ ওখ চেহেৰাৰ ব্যক্তি হিচাপে স্বীকৃতি ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙে সমাজবাদী পাৰ্টিত যোগদান কৰিলে ।

ADVERTISEMENT

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ উপস্থিতিত সিঙে ৰাজনৈতিক দলটোৰ সদস্যপদ গ্ৰহণ কৰে।

প্ৰতাপগড় নিবাসী সিংৰ দৈহিক উচ্চতা হৈছে আঠ ফুট দুই ইঞ্চি আৰু ৪৬ বছৰীয়া সিং গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি ভাৰতৰ সবাতোকৈ ওখ ব্যক্তি

হিন্দীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সিঙে দৈহিক উচ্চতাৰ কাৰণতে আজিলৈকে এগৰাকী কইনাৰ সন্ধান উলিয়াব নোৱাৰিলে ।

সমাজবাদী পাৰ্টিত যোগদানৰ পাছত সিঙে বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ সুযোগ লাভ কৰিব পাৰে।

Exit mobile version