ভূপেন বৰাৰ কবিতাৰ প্ৰত্যুত্তৰ পীয়ুষ হাজৰিকাৰ

প্ৰত্যুত্তৰ দি পীয়ুষ হাজৰিকাই কবিতাৰ শিৰোনাম দিলে কমিচন বৰা ।

 

যােৱা ছয়টা বছৰে কমিচন খাবলে
নাপালেও

সুবিধা বুজি মই হলাে কংগ্রেছৰ ৰজা।

অৰ্হতা মােৰ ৰাহুলক তৈল মর্দন কৰা
মই হলাে কমিচন বৰা।

মই গাৰ কাপােৰ ফালি হ’লেও
বাংলাদেশী সকলক
কৰিম কংগ্ৰেছৰ ভােটা তৰা,
মই হলাে কংগ্রেছৰজা।
ৰাইজৰ ভােটেৰে জিকিব
নােৱাৰিলেও ৰাহুল আৰু ছনীয়া মেডামৰ ভৰিত পৰি
মই হ’লাে কংগ্ৰেছৰ ৰজা।
ফায়াৰ ব্রিগেড মােৰ নতুন উপাধি
নিজে দি ল’লাে।

Exit mobile version