বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণ

jpg

উন্নয়নৰ হাৰ ৯.২ শতাংশ হোৱাৰ সম্ভাৱনা

মেক ইন ইণ্ডিয়াৰে জৰিয়তে ৬০লাখ নিযুক্তিৰ লক্ষ্য

স্বাস্থ্যখণ্ডৰ আন্তঃগাঁঠনি শক্তিশালী কৰাৰ লক্ষ্য

দেশত ক’ভিড টিকাকৰণৰ অধিক ক্ষিপ্ৰতৰ কৰাৰ লক্ষ্য

এক্সপ্ৰেছ হাইৱে’ৰে বাবে মাষ্টাৰে প্লেন প্ৰস্তুত

নিৰ্মাণ কৰা হ’ব ২৫হেজাৰ কিঃমিঃ ৰাষ্ট্ৰীয় ঘাইপথ

৪০০ বন্দে ভাৰত ৰে’ল নিৰ্মাণ কৰা হ’ব

১০০প্ৰধানমন্ত্ৰী গতি শক্তি কাৰ্গ’ টাৰ্মিনেল নিৰ্মান হ’ব

২০০ টা টিভি চেনেল স্থাপনৰ পৰিকল্পনা

৬০ কিলোমিটাৰ দীঘল আঠটা ৰোপ ৱে’ নিৰ্মাণ

ডিজিটেল বিশ্ববিদ্যালয় স্থাপন কৰিব চৰকাৰে

দূৰদৰ্শনৰে বাবে বিশেষ DTH সেৱা

চলিত বৰ্ষতে দেশত আৰম্ভ হ’ব 5G সেৱা

Exit mobile version