ৰাষ্ট্ৰীয় উচ্চ শিক্ষানীতি সন্দৰ্ভত বৃহৎ পদক্ষেপ ইউ জি চিৰ

exam students

দেশৰ সকলাে শিক্ষা প্রতিষ্ঠানত সম মানদণ্ডৰ শিক্ষা প্রসাৰৰ লক্ষ্যৰে বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)-এ খচৰা প্ৰকাশ কৰিলে।

অতি শীঘ্ৰে দেশৰ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক এক নতুন উচ্চ শিক্ষা নীতিৰ অধীনলৈ অনা হ’ব। নেচনেল হায়াৰ এডুকেচন কোৱালিফিকেচন ফ্ৰেমৱৰ্ক (এন এইচ ই কিউ এফ) দাখিল কৰিলে ইউ জি চিয়ে।

২০২০ বৰ্ষত যি ৰাষ্ট্ৰীয় শিক্ষানীতি প্রকাশ কৰা হৈছিল তাৰ আধাৰতে নতুন পদক্ষেপৰ পথত অগ্ৰসৰ হ’ল ইউ জি চি। প্রযুক্তিগত শিক্ষাৰ পৰা আৰম্ভ কৰি তত্ত্বগত নির্ভৰ জ্ঞানসহ চাকৰিৰ বাবে ছাত্ৰ-ছাত্ৰীক প্রস্তুত কৰাৰ ক্ষেত্ৰত কেনে নীতি গ্রহণ কৰিব লাগিব, এই বিষয়ত খচৰা দাখিল কৰিলে ইউ জি চিয়ে।

অতি শীঘ্ৰে দেশৰ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক এক নতুন উচ্চ শিক্ষা নীতিৰ অধীনলৈ অনা হ’ব। এই লক্ষ্যৰে ইউ জি চিয়ে এন এইচ ই কিউ এফৰ খচৰা প্ৰস্তুত কৰিছে।

Exit mobile version