COVID-19 : ক’ভিড আপডেট

fortuneindia 2022 01 5b82b4e9 abb2 45c6 9d23 ee308fa89265 Covid 19 test

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৬৭,৫৯৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ৫.০২ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪,২৩,৩৯,৬১১ জন ।

● ইতিমধ্যে ৫,০৪,০৬২ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ১,১৮৮ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৭৪,২৯,০৮,১২১ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১৩,৪৬,৫৩৪ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ১৭০,২১,৭২,৬১৫ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৫৫,৭৮,২৯৭ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version