অক্টোবৰ-ডিচেম্বৰত দেশৰ জি ডি পি ৫.৮ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

GDP

দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) ২০২১-২২ বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্রিমাহেকত ৫.৮ শতাংশ হাৰত বৃদ্ধিৰ সম্ভাৱনা আছে।

ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ প্রতিবেদনত এই তথ্য প্রকাশ পালে। উল্লেখ্য যে ২০২১-২২ৰ দ্বিতীয়টো ত্রিমাহেকত দেশৰ অৰ্থ ব্যৱস্থা ৮.৪ শতাংশ হাৰত বৃদ্ধি পাইছিল।

অৱশ্যে জি ডি পি বৃদ্ধিৰ হাৰ জুলাই-ছেপ্টেম্বৰত ইয়াৰ পূৰ্বৰ ত্রিমাহেকৰ ২০.১ শতাংশ বৃদ্ধিৰ তুলনাত কম আছিল।

Exit mobile version